header ads

মহৎ লোকৰ বাণী l সংগ্ৰহঃ সমৰজিৎ বড়ো

 মহৎ লোকৰ বাণী 


১. অন্ধই যদি অন্ধক পথ দেখুৱায় , দুয়োজনেই খালত পৰে ।-- নিউ টেষ্টামেণ্ট ।

২. ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয় । --মহাত্মা গান্ধী। 

৩. চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে ।-- সত্যনাথ বৰা। 

৪.জ্ঞানী মানুহে আনৰ ভূলৰ পৰা শিকে ; মুৰ্খই শিকে নিজৰ ভূলৰ পৰা ।-- এইচ . জি . ৰন ।

৫. শিক্ষাই জীৱন, জীৱনেই শিক্ষা ৷ -- লজ। 


সংগ্ৰহঃ

সমৰজিৎ বড়ো।

সপ্তম শ্ৰেণী।

 শিঙিমাৰী পুখুৰীপাৰ মধ্য ইংৰাজী বিদ্যালয়।

 শিক্ষাখণ্ড : ছয়গাঁও l

Post a Comment

0 Comments