header ads

আমাৰ বিষয়ে | About Gyanam

"দুমহীয়া ই-আলোচনী "জ্ঞানম" শিক্ষক -শিক্ষাৰ্থী তথা শিক্ষাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ বাবে উৎসৰ্গিত"।


জ্ঞানম যাত্ৰা:-

             বিগত ইং ১৬/০৮/২০২০ তাৰিখ ৰবিবাৰে দিনৰ ১২:০০ বজাৰ পৰা ২:০০ বজালৈ Jiomeet ৰ সহায়ত শ্ৰী যুতা ফুলপাহি নাথ বাইদেউৰ সঞ্চালনাত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ভালেকেইগৰাকীমান শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা এই আলোচনাচক্ৰত ক'ভিড-১৯ সংক্ৰমণৰ বাবে চৰকাৰে দিয়া তলাবন্ধৰ সময়ত 'শিক্ষাৰ্থীসকলৰ অনলাইন পাঠদান আৰু আজৰি সময়ৰ সদ্ব্যৱহাৰ'---সম্পৰ্কত আলোচনা কৰা হয়। 


         এই আলোচনাচক্ৰত শিক্ষক শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশ সাধনৰ বাবে কামৰূপ জিলাৰ ভিতৰত এখন ই-আলোচনী উলিয়াবপৰা যায় নেকি- এই সন্দৰ্ভত শ্ৰীযুতা ফুলপাহি নাথ বাইদেউৱে এক গঠনমূলক পৰামৰ্শ আগবঢ়ায়। তেখেতৰ পৰামৰ্শৰ ভিত্তিতেই আলোচনাত অংশগ্ৰহণ কৰা সকলোৱে জিলা ভিত্তিক এখন দুমহীয়া ই-আলোচনী প্ৰকাশত সহমত প্ৰকাশ কৰে। উক্ত আলোচনাক ভিত্তি কৰিয়েই এক শৈক্ষিক গোট গঠন কৰা হয়। 

জ্ঞানমৰ পৰিকল্পনা:-


             শৈক্ষিক গোটৰ পৰিকল্পনামতেই আলোচনী খনৰ নাম 'জ্ঞানম 'ৰখা হওঁক বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই আলোচনাতেই এটা ল'গ' প্ৰস্তুত কৰি ৫ ছেপ্তেম্বৰ ২০২০ চনৰ 'শিক্ষক দিৱস'ৰ দিনটোত আলোচনী খনৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যা উন্মোচন কৰাৰ দিন ধাৰ্য কৰাৰ পৰিকল্পনা কৰা হয়।

জ্ঞানম কি ? 


                শিক্ষক- শিক্ষাৰ্থী- অভিভাৱক আৰু শিক্ষানুৰাগী ব্যক্তিসকলৰ বৌদ্ধিক তথা মানসিক উৎকৰ্ষ সাধিবলৈ কৰা সামূহিক প্ৰচেষ্টাৰ এক প্ৰতিফলন হ'ল 'জ্ঞানম' -দুমহীয়া বৈদ্যুতিন আলোচনী

জ্ঞানম'ৰ উদ্দেশ্য:-             

'জ্ঞানম' হৈছে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষাৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিৰ শৈক্ষিক তথা বৌদ্ধিক বিকাশ সাধন কৰা এক মাধ্যম।এই মাধ্যমৰ জৰিয়তে সকলোৰে সৃষ্টিশীল মনটোক জাগ্ৰত কৰি তেওঁলোকৰ সৃষ্টিৰাজিক সমাজৰ মাজলৈ উলিয়াই সমাজৰ সকলো শ্ৰেণীৰ পাঠকৰ মানসিক উৎকৰ্ষ সাধন কৰাই হৈছে 'জ্ঞানম'ৰ উদ্দেশ্য।


'জ্ঞানম' শৈক্ষিক গোট ১ম বছৰ ২০২০-২১ :


শৈক্ষিক গোট জ্ঞানম ,কামৰূপ ২০২০-২১
নাম
ঠিকনা


অপূৰ্ব ঠাকুৰীয়া
মুখ্য উপদেষ্টা

জিলা প্ৰাথমিক শিক্ষা বিষয়া/ জিলা মিছন সমন্বয়ক, সমগ্ৰ শিক্ষা, কামৰূপ



মাধৱ চন্দ্ৰ ডেকা
মুখ্য উপদেষ্টা



বিদ্যালয় সমূহৰ পৰিদৰ্শক, কামৰূপ


পৰেশ বৈশ্য
উপদেষ্টা


প্ৰাক্তন অধ্যক্ষ
দদৰা উঃ মাঃ বিদ্যালয়।


ড. গণেশ্বৰ চহৰীয়া
উপদেষ্টা


প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ
হেকেৰা উঃ মাঃ বিদ্যালয়


ৰজত  চন্দ্ৰ ভৰালী
উপদেষ্টা


প্ৰধান শিক্ষক,
হাজো বা: ম: বিদ্যালয়




ফুলপাহি নাথ

সমন্বয়ক



জিলা আঁচনি বিষয়া,
সঃ শিঃ কামৰূপ তথা সদস্য সচিব,
ছেবা,কামৰূপ




তীৰ্থমণি ডেকা
সভাপতি


সহঃ শিক্ষক,
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়,
কমলপুৰ শিক্ষাখণ্ড



সুকন্যা ভৰদ্বাজ
উপ-সভাপতি


সহঃ শিক্ষয়িত্ৰী,
উপৰদানী উচ্চ মাধ্যমিক বিদ্যালয়,
ৰাণী শিক্ষাখণ্ড



কৃষ্ণা সোণোৱাল
 সম্পাদক


সহ:শিক্ষয়িত্ৰী,
তাতিবামা আঞ্চলিক
উচ্চ মাধ্যমিক বিদ্যালয়,
ৰাণী শিক্ষাখণ্ড



পল্লৱী পাঠক
উপ-সম্পাদক


সহ শিক্ষয়িত্ৰী,
শিঙিমাৰী পুখুৰীপাৰ
মধ্য ইংৰাজী বিদ্যালয়,
ছয়গাওঁ শিক্ষাখণ্ড 



ৰণ্টুমণি ডেকা
সদস্য



সহঃ শিক্ষক,
ভিতৰখোলা মধ্য ইংৰাজী বিদ্যালয়,
কমলপুৰ শিক্ষাখণ্ড



অমিয় কুমাৰ ৰয়
সদস্য


প্ৰধান শিক্ষক
বৰিপাৰা প্ৰাথমিক বিদ্যালয়
বকো শিক্ষাখণ্ড



সৰস্বতী দত্ত
সদস্য


প্ৰধান শিক্ষয়িত্ৰী
ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়
হাজো শিক্ষাখণ্ড



অনিতা পাল
সদস্য


প্ৰধান শিক্ষয়িত্ৰী,
আমিনগাঁও বেংগলী প্ৰাথমিক বিদ্যালয়,
কৰৰা শিক্ষাখণ্ড



ৱাহিদুদ জামান
সদস্য


স্নাতকোত্তৰ (বিষয়)শিক্ষক,
ছয়গাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়,
ছয়গাওঁ শিক্ষাখণ্ড



সংগীতা কাকতি
সদস্য


সহঃ শিক্ষয়িত্ৰী,
১২৬৮ নং পানীটেমা বালিকা প্ৰাথমিক বিদ্যালয়,
কমলপুৰ শিক্ষাখণ্ড



গিৰিন দাস
সদস্য


সহঃ শিক্ষক,
৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়,
কমলপুৰ শিক্ষাখণ্ড



পূবালী শইকীয়া দাস
সদস্য


সহঃ শিক্ষয়িত্ৰী
খোপনিকুছি প্ৰাথমিক বিদ্যালয়,
হাজো শিক্ষাখণ্ড



ৰূপাঞ্জলী দাস
সদস্য


সহঃ শিক্ষয়িত্ৰী,
কালিপ্রসাদ দাস উচ্চ মাধ্যমিক বিদ্যালয়,
ৰামপুৰ শিক্ষাখণ্ড



তন্দ্রা দে
সদস্য


সহঃ শিক্ষয়িত্ৰী,
আমিনগাঁও বেংগলী প্ৰাথমিক বিদ্যালয়,
কৰৰা শিক্ষাখণ্ড



সুৰভি দাস
সদস্য


পূৰ্ণকালীন সহঃ শিক্ষয়িত্ৰী
কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, গৰৈমাৰী
ছয়গাঁও শিক্ষাখণ্ড



হেমেন ধিং
সদস্য


সহঃ শিক্ষক
নিজ হচং প্ৰাথমিক বিদ্যালয়
ৰঙিয়া শিক্ষাখণ্ড



নয়নমণি দাস
সদস্য


সহঃ শিক্ষক
১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয়
চমৰীয়া শিক্ষাখণ্ড



মনবিনী দাস
সদস্য


হিন্দী শিক্ষয়িত্ৰী
ঘটনগৰ মধ্য ইংৰাজী বিদ্যালয়
ছয়গাঁও শিক্ষাখণ্ড




Post a Comment

0 Comments