জ্ঞানম :: ই আলোচনী
মুখ্যপৃষ্ঠা
সম্পাদকীয়
কথাশিল্প
__অসমীয়া প্ৰৱন্ধ
__বাংলা প্ৰৱন্ধ
__ইংৰাজী প্ৰৱন্ধ
_হিন্দী প্ৰৱন্ধ
গদ্যশিল্প
_অণুগল্প
_চুটিগল্প
ছন্দশিল্প
_অসমীয়া কবিতা
__ইংৰাজী কবিতা
___হিন্দী কবিতা
_বাংলা কবিতা
চিত্ৰশিল্প
সাক্ষাৎকাৰ
সম্পাদনা সমিতি
বেটুপাত
অন্যান্য
হাতে লিখা আলোচনী
Home
শিক্ষাৰ্থীৰ শিতান
শিক্ষাৰ্থীৰ শিতান, মোৰ মা , বৰষা দাস, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা,
শিক্ষাৰ্থীৰ শিতান, মোৰ মা , বৰষা দাস, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা,
মোৰ মা
মা মোৰ আপোন
মোৰ মন আকাশৰ
পূর্ণিমাৰ জোন।
তুমিয়েই জন্ম দিলা মোক
অতি কষ্ট কৰি
তুলি-তালি ডাঙৰ দীঘল কৰি
অশেষ ত্যাগ স্বীকাৰ কৰি।
নোৱাৰোঁ পাহৰিব তোমাৰ
ত্যাগৰ কাহিনী
মা হোৱা তুমি দীৰ্ঘজীৱী।
******
বৰষা দাস
অষ্টম শ্ৰেণী
চম্পকনগৰ ছোৱালী মধ্যইংৰাজী বিদ্যালয়।
শিক্ষাখণ্ড- ছয়গাওঁ
Post a Comment
0 Comments
জ্ঞানম :: ই আলোচনী
Search This Blog
About Me
Gyanam Kamrup
View my complete profile
Search This Blog
Pages
Home
মুঠ পৃষ্ঠাদৰ্শন
জ্ঞানম ফেইচবুক পৃষ্ঠা
বিদ্যাৰ্থীৰ মনৰ বতৰা
2/বিদ্যাৰ্থীৰ মনৰ বতৰা/post-list
আমালৈ আপোনাৰ দিহা পৰামৰ্শ পঠিয়াওঁক
Name
Email
*
Message
*
এই সপ্তাহৰ জনপ্ৰিয় লেখা
সাঁথৰ সংগ্ৰহ | Riddle in Assamese
April 20, 2021
রবীন্দ্রনাথ ঠাকুরের সংক্ষিপ্ত জীবনী | Bengali article by Maskura Begum
April 21, 2021
ছাত্ৰ -ছাত্ৰীৰ সৰ্বাংগীন বিকাশত ক্ৰীড়াৰ ভূমিকা l Assamese Article by Kiran Das
May 09, 2022
বিশেষ লেখা, শিক্ষাত কৃত্ৰিম বুদ্ধিমত্তাৰ ৰূপান্তৰমূলক ভূমিকা, পৰেশ বৈশ্য ,৪ৰ্থ বছৰ ৩য় সংখ্যা
May 21, 2024
ধাঁধা | Riddles Collected by Manojit Nath
November 09, 2020
0 Comments