প্ৰভেদ হেৰা মনেশ্বৰ , কিনো ইমান কাম কৰি থাকিব লাগে ? এজনীয়ে ছোৱালী , বিয়া দিলেই শেষ !ধন-সম্পত্তিবোৰ পৰৰ পুতেকেহে খাব ? ধনেশ্বৰ কাইটি,বুঢ়া…
মোবাইলঃ "আচৰিত লাগে নহয় নে নৰেন , এই কনমানিটোৱে মোবাইলৰ কি নাজানে ? ক'ত কেনেকৈ শিকে বাৰু কথাবোৰ ? ডাঙৰ হ'লেহে বা আৰু কি কৰে ?" " বৰমা , আচৰিত হ…
অণুগল্প - সঞ্চয় - হেৰি , কেইজনমান লৰাই আপোনাক বিচাৰি আহিছে । - তোমালোক .. ? - চিনি পাইছেনে ছাৰ ? ৰিণিকি - ৰিণিকি মুখবোৰ পোহৰলৈ আহিছে । - তুমি সেই লেট্ কামাৰজন ..! তুমি সেই টকেটিভ্ জন ..! আ…
সঙ্গ এই ল’ৰাটোক লৈয়ে চিন্তা ; হৰেণৰ ঘৰত সি কি মোহন ভোগ পায় মই নাজানোঁ । বোৱাৰী , কিনো ভোৰ-ভোৰাই থাকা , সিনো কি বুজি পোৱা হৈছে ? চুবুৰীয়া মানুহৰ ল’ৰা-ছোৱালীৰ মাজত অহা-যোৱা , খেলা-ধূলা …
সফলতা (অণুগল্প) অতি কম বয়সতে ঘৰৰ দায়িত্ব পালন কৰিব লগীয়া হোৱা অনুপে স্কুলৰ পৰা আহি তেল ডিপোত ৰাতিলৈকে তেল ভৰোৱা কামত ব্যস্ত থাকে একমাত্ৰ বৃদ্ধা আইতাক আৰু বেমাৰী মাকক ভৰণ…
----------দিব্যাংগ------------ " বৰদেউতা , কি কৰিছেনো ? " " কি কৰিম অ' বোপাই , জীৱনটো কিবা অসাৰ হৈ পৰিছে । কৰিবলৈ একোৱেই নোহোৱা হ'ল। অৱসৰৰ পাছত বাৰান্দাৰ চকীখনেই জীৱন-সংগী হ…
সংকল্প : "বৰদেউতা, বৰমাই মোক মাৰিছে ।" ― কান্দি কান্দি হিয়াই বৰদেউতাকৰ কোলাত উঠিলগৈ । :"হেৰা, তুমিনো ছোৱালীজনীক কিয় মাৰিছাহে ?" : "মোৰ ল'ৰাই খেলি থকা বস্তুবোৰ বাৰে ব…
*শিক্ষক দিৱস* হাতত এটা ৰঙা গোলাপ লৈ চুচুক-চামাককৈ আহি ঝৰ্ণাই মাকৰ ওচৰত থিয় হ'ল ।কোন মুহূৰ্তত যে তাই মাকৰ হাতত ফুলটো গুজি দি লুপুতকৈ সেৱা কৰিলে, মাক যমুনাই তলকিবই নোৱাৰিলে। দুই হাতেৰে কোলাত লৈ প…
সুখানুভূতি জেঠ মহীয়া বেলিটোৰ উত্তাপ আজি দুগুণে বাঢ়িছে। ৰক্তিমে পিঠিত বেগটো লৈ খোজকাঢ়িব লওঁতেই ৰিক্সাৱালা এজনে মাত লগালে......"দাদা ক'লৈ যাব.. উঠক।" ৰক্তিমে যেন বৰ সকাহ…
ফল্গুধাৰা চুমিয়ে দেউতাকৰ গাত ভেজা দি ঠেনঠেনাব ধৰিলে l দশম শ্ৰেণীত পঢ়া ছাত্ৰী চুমিৰ গৃহ শিক্ষক বিপুল l নিজে পঢ়া বিদ্যালয়খনৰো ছাৰ l ব'হাগ বিহুৰ সময় ;চুমিয়ে ৰুমালত প্ৰথম ফুল বাচিছে l …
বন্দীত্ব বৰ্তমান পৰিস্থিতিত নাৰী সত্তাক যিমান সম-মৰ্য্যদা প্ৰদান কৰিলেও কিন্তু বন্দীত্বৰ শিকলি এডালে সদাই নাৰী সত্তাক বেৰি থাকে। মান্যতাই কলেজৰ পৰা উভতি আহি মাকক সুধিছে,-"মা, আজি মোৰ প…
পৰীক্ষা যোৱাটো সপ্তাহ প্ৰভাতীৰ আহৰিয়েই নাই। আজি প্ৰভাতীৰ মাকে ঢলপুৱাতে উঠি চাকি-ধূপ জ্বলাইছে, এভাগ শৰাইও আগবঢ়াইছে।আইতাকে প্ৰভাতীৰ মূৰত তুলসী পানী ছটিয়াইছে; চন্দনৰ ফোঁট আঁকি দিছে। মাকে লৰালৰিকৈ…
আত্মবিশ্বাস মাহ - দিনে যুগুতাই উলিওৱা নামৰ তালিকা খন তাই এফালৰ পৰা চকু ফুৰাই গৈছে এটা ভাল অৰ্থপূৰ্ণ নাম বিচাৰি ; বহু পূৰ্জা অৰ্চনাৰ মূৰত দুজনী ছোৱালীৰ পাছত জন্মপোৱা ল'ৰা সন্তানটিৰ বাবে...। আজি …
পোহৰ বাইদেউ, উঠক। এজন পুলিচ অফিচাৰে দীপাক আগভেটি ধৰি ক'লে। মোৰ বাইকখনেৰে আপোনাৰ স্কুলত থৈ আহিম। উঠকচোন, ইমান বেগেৰে খোজ …
ভাৰত মাতা কি জয় কাশ্মীৰত দুৰ্বৃত্তৰ হাতত শ্বহীদ হোৱা বীৰ জোৱান নন্দ খাকলাৰীৰ নশ্বৰ দেহ যেতিয়া ঘৰলৈ লৈ অনা হল,দূৰ দূৰৰ পৰা মানুহ অন্তিম ক্ষণৰ সাক্ষী হ'বলৈ আহিল। বীৰ শ্বহীদগৰাকীৰ একমাত্ৰ …
জ্ঞানম ফেইচবুক পৃষ্ঠা