দেউতা (পিতৃসদৃশ ভদ্ৰ চাৰৰ সোঁৱৰণত) দেউতা,বুকুৰ মাজত থকা এক দপদপনিৰ নাম। ওঁঠৰ ফাঁকত জিলিকি থকা এক নিভাঁজ অভিমান, দেউতা যাৰ নাম। দেউতা,এটি সপোন আপোন শত নিশাৰ অক্ষত আকাশৰ। হাকুটিৰে হাকুটিয়াই তৰা সৰাব …
তুমি নতুন গান (সুধাকন্ঠ ড° ভূপেন হাজৰিকা) তুমি মানেই গান অসমৰ তুমি মান, বিশ্বৰ প্ৰান্তে প্ৰান্তে তুমি প্ৰবাহমান জীয়াই তুলিলা জনতাৰ প্ৰাণ । তোমাৰ আবাহনত কৰিলা জাতিক জাতিষ্কাৰ মলিন হো…
শ্রদ্ধার্ঘ্য : ড° গণেশ্বৰ চহৰীয়া ছাৰৰ সমীপেষু শ্ৰদ্ধাৰ ড° গণেশ্বৰ চহৰীয়া ছাৰ, আপুনি কেৱল এজন ব্যক্তি নহয়, আপুনি আছিল অসমীয়া সাহিত্য, জ্ঞান আৰু সমাজ-সচেতনতাৰ এক প্ৰোজ্জ্বল বন্তি । অসম সাহিত্য সভাৰ ক…
প্ৰজ্ঞাৰ সাধক, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° গণেশ্বৰ চহৰীয়া ছাৰলৈ শ্ৰদ্ধাঞ্জলি জীৱন জানো ইমানেই ক্ষণভংগুৰ ? অনাকাংক্ষিত, আকস্মিক এই খবৰে হৃদয়ত বেদনাৰ পাৰভঙা প্লাৱন আনিলে । যাবলৈ ইমানেই খৰখে…
আপুনি এখন আকাশ আছিল এটা সৰু অজুহাততে অভিমান কৰি আপুনি তৰাৰ দেশলৈ গ'ল । ভোগদৈ নৈৰ পাৰত জোনাকী সন্ধ্যাত আপোনালৈ ৰ লাগি চাওঁ । আপুনি নিজেই এখন আকাশ আছিল যাৰ তলত আমি জিৰাইছিলোঁ । তাত প্ৰজ্ঞাৰ পো…
সুৰৰ সূৰ্য অস্ত গ'ল কোনো দিনেই উদয় নোহোৱাৰ প্ৰতিশ্ৰুতিৰে সূৰ্যটো অস্ত গ'ল , নিৰৱে সাগৰ তলিত শুই থাকিল । আমিও বাটৰ কাষত বাট চাই ৰৈ থাকিলো , মায়াবিনী ৰাতিৰ বুকুত সুৰ শুনিবলৈ সেই সুৰেই নোহ…
মানুহ তাত হিন্দু নাছিল, তাত মুছলমান নাছিল তাত খ্ৰীষ্টিয়ানো নাছিল আছিল মাথোঁ মানুহ আৰু মানুহ , চকুলোৰে স্নান কৰা অ লেখ মানুহ । মিছা ৰং, মিছা নামৰ উপাধি প্ৰট'কল সামৰি মিচিকিয়া হাঁহিৰে সকলোকে আ…
ঈশ্বৰ পুত্ৰৰ বাবে ভালপোৱাৰ বৰষুণত আমাক জুৰুলি-জুপুৰি কৰি মানুহজন গুছি গ'ল অহা বাটেদি আঁতৰি । মIয়াবিনি ৰাতিৰ বুকুত গাবলৈ নাহে কোনোদিন । সাগৰ তলিত শুবৰ মন সঁচাই সাগৰত চিৰ নিদ্ৰাত ।। জোনাক গল…
প্ৰাণৰ জুবিন, গানৰ জুবিন তোমাৰ গানতেই সাৰ পাই উঠিল বিংশ শতাব্দীৰ শুই পৰা ভাগৰুৱা সময় তোমাৰ গীতত বৈ আহিল হেঁপাহ বেদনাৰ মাজতো জীৱনৰ বাবে এবুকু আশা তোমাৰ গানৰ সুৰত জাগে এনে কি শক্তি শোষিত মানুহৰ হিয়া…
ভুল নুবুজিবা জুবিনদা অতি আবেগিক আমিবোৰে আবেগত লওঁ সংকল্প বহুতো.... তুমি অবিহনে দুখৰ সাগৰৰ পৰা উঠি আহিছে বহুজন আমি একেলগ হৈ থাকিব নোৱাৰোঁ । 'শিয়াল নীলা হলেও হোৱা দিবই' স্ব-কৰ্ম, স্ব-ধ…
তুমি উভতি চোৱা মায়াবিনীৰ দেশলৈ , ধূলি হৈ হৈ উৰি নাযাবা । আমাৰ হিয়াৰ ধপধপনি শুনিবলৈ আকৌ, উভতি চোৱা । অসমীয়াৰ চকুপানী মচিবলৈ, অসমীয়াৰ আবেগ মোহাৰিবলৈ, অসমীয়াৰ স্বাভিমান তুমি উভতি চোৱা । অসমী আইৰে সন্ত…
মই জুবিন গাৰ্গ সৌ সিদিনা যে গাইছিলো "সাগৰ তলিত শুবৰ মন" আজি সেয়ে শুয়েই দিলো । সাগৰৰ পৰা আজি মই সৰগত । ওচৰত দেখিছো মা আৰু জংকি । তেওঁলোকৰ লগত কথা পাতি শেষেই নহয়চোন । মই কৈছো, বোলো- &…
সেউজীয়া আত্মাৰ সাধু শিল্পী গুচি যায়, ৰৈ যায় মাথোঁ তেওঁৰ সৃষ্টি.... জুবিন দা, অসমৰ খবৰ পোৱা নে তুমি ? যোৱা পাঁচটা দিন ধৰি অসমখন স্তব্ধ হৈ পৰিছে । প্ৰতিখন ঘৰতে আজি কোনোবা আত্মীয়ৰ বিয়োগ ঘটিছে ।…
এটা যুগৰ অৱসান এটা যুগৰ অৱসান ঘটিল, তথাপিও গানেৰে লক্ষকোটিৰ মন আকাশত আজিও সূৰ্য হৈ ৰ'লা । এজন শিল্পী, এজন সেনানী— তুমি আছিলা প্ৰতিধ্বনি— আশাৰ, প্ৰেমৰ, বিদ্ৰোহৰ ধ্বনি কি…
তুমি ঈশ্বৰৰ পুত্ৰ তুমি ক'ত আছা , কেনে আছা নক'লেও হ'ব..... তুমি যে ভগৱানৰ অৱতাৰ স্বৰ্গতেই থাকিবা । তুমি ৰজা, বাদ্শ্বাহ, জিল্লেইলাহী নিজৰ দৰে সকলোকে জীয়াবলৈ শিকালা, নাই কোনো ৰাজনীতি, …
মৃত সঞ্জীৱনী হুমুনিয়াহৰ হাঁহাকাৰ শৰবিদ্ধ সময়ৰ কোৰ্হাল উন্মাদ দু:সময়ৰ দুৱাৰদলিত আশাৰ শৰাধ । শিতানত অহৰহ উকমুকাই থাকে প্ৰশ্নবোধকৰ পাগলাদিয়া নৈ সদুত্তৰ বিচাৰি দিশহাৰা হয় জুবিন যুদ্ধৰ সেনানী ..... …
জ্ঞানম ফেইচবুক পৃষ্ঠা