দেউতা দেউতা মানে হৈছে যাৰ হাতত ধৰি আমি প্ৰথম খোজ কাঢ়িবলৈ শিকোঁ । " আৰে ! ভয় কৰিছ কিয় ? মই আছোতো ...। " নিজে কষ্ট কৰি সন্তানৰ ভবিষ্যত গঢ়া মা…
বীৰ সেনানী পৰাধীনতাৰ দুৰ্বিষহ যাতনা মোহাৰি বিদেশী বগা বঙালৰ হাতোৰা ছিঙি ; জীৱন ত্যাগৰ শলিতা জ্বলাই স্বাধীনতাৰ দুৱাৰ খুলি দিলা , হে শত শত শ্বহীদ , সশ্ৰদ্ধ প্ৰণিপাত । গণতন্ত্ৰৰ সুদৃঢ় ভেটি গঢ়ি ত্ৰিৰংগ…
মোৰ অস্তিত্ব মোৰ অস্তিত্ব গাঁৱৰ পথাৰখন য'ত পাৰ কৰিছিলোঁ সোণালী শৈশৱ , আজিও স্মৃতিৰ মানস পটত ভাঁহি উঠে । খেতিয়কৰ শৰীৰৰ প্ৰতিটো ঘামৰ টোপালত বৰষুণ নামে আহিনৰ পথাৰত ফুল ফুলে । পথাৰে মোৰ পৰিচয় কিয…
বিশ্ব ত্ৰাস গোটেই বিশ্ব আজি থৰহৰি কম্পমান , কালৰূপী কৰ'ণাৰ ত্ৰাসত । কোনেও নাজানে কোনেও নেদেখে হায় !
বিষ্ণু ৰাভা হে বিষ্ণু ৰাভা ! তোমাক শত-সহস্ৰ নমস্কাৰ ; কলা-সংস্কৃতিৰ সুগন্ধি ফুলেৰে , কৰিলা অসমক জাতিষ্কাৰ ।
প্ৰকৃতি বিনন্দীয়া প্ৰকৃতি মোহনীয়া তুমি চিৰ সেউজী সেউজ, তুমি প্ৰাণ প্ৰদায়িনী তুমি কৰুণাময়ী শ্যামলা তোমাৰ বেশ ।
সময় শব্দবোৰ আকাশত ওপঙি আছে কলমটো আগুৱাই কবিতাৰ পথেৰে প্ৰসৰ ৰ'দত বৰফবোৰ গলিছে গভীৰ নিদ্ৰাত শব্দৰ অবুজ সমদল সপোনৰ বোকোচাত উঠি কিমান বাট আগুৱাম প্ৰশ্ন হয়....??
সংকল্পৰ বিশ্ব পৰিৱেশ দিৱস বিনন্দীয়া পৃথিৱীৰ বুকুত আজি চলিছে পৰিৱেশ ধ্বংসযজ্ঞৰ আয়োজন গণনাই ঢুকি নোপোৱা এচাম মানৱেই ৰক্ষক মানৱেই ভক্ষক।
নৈসৰ্গলৈ চিঠি প্ৰকৃতি-জগতখন ইমান যে সুন্দৰ, সঁচাই বৰ্ণনাতীত ! বিশ্বব্ৰহ্মাণ্ডৰ আন ক'ৰবাত ইয়াৰ সমকক্ষ, বিচাৰি পোৱাও সাধ্যাতীত।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বিষ্ণু প্ৰসাদ ৰাভা, অসমৰ সংস্কৃতিৰ বাট মুকলি কৰি তুমি বিলাই দিলা জ্ঞানৰ আভা।
জীয়া মৌ-মাখি জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া ছাৰ আহিছিল এই বাটেৰে বোকোচাত পোহৰৰ টোপোলা বান্ধি। তেওঁ প্ৰগতিৰ অভিযাত্ৰী নাশিব বিচাৰে তামসী ৰাত্ৰি। তেওঁ জ্ঞানৰ তপস্বী শিক্ষাৰ পূজাৰ…
প্ৰতিশ্ৰুতি মাটিৰ প্ৰেমত অন্ধ হৈ এবুকু শস্য সিঁচা দিনৰ কথা , এজন মানুহৰ জীৱনীৰে আৰম্ভ কৰা হওঁক কথাবোৰ , চালি-জাৰি চোৱা হওঁক সময়বোৰ কেনি গ'ল ? ভূতে ধৰা দিনত বিজ্ঞান নাছিল পিছে বিজ…
জ্ঞানম ফেইচবুক পৃষ্ঠা