জুনমণি দাস। ষষ্ঠ শ্ৰেণী। গুইমাৰা মজলীয়া বিদ্যালয়। শিক্ষাখণ্ড-- ৰামপুৰ।
মমতাজ বেগম পঞ্চম শ্ৰেণী খোপনিকুছি প্ৰাথমিক বিদ্যালয় । হাজো, কামৰূপ
জীৱনৰ আনন্দ জীৱনত আনন্দ কৰিব কিন্তু আনক দুখ দি নহয়, জীৱনত সুন্দৰ সপোন দেখিব কিন্তু আনৰ সপোন ভাঙি নহয়, আনৰ জীৱনক লৈ নেখেলিব কিয়নো জীৱন সকলোৰে বাবেই প্ৰিয় ৷ জীৱনটো এটা শব্দ নহয়…
মোৰ মৰমৰ গাঁও এইখন গাঁও মোৰ অতি মৰমৰ ধনী-দুখীয়া , জাতি-ধৰ্মৰ নাই ভিন পৰ ৷ উত্তৰে ৰিজাৰ্ভ , দক্ষিণে কলহী নৈ পূৱে ধাননি পথাৰ , পশ্চিমে আকৌ কলহীয়ে আছে , সকলোৱে মিলিজুলি ইয়াত ধৰাৰ সৰগ ৰচে ৷ ঐক্য -সংহত…
মোৰ মন যায় মোৰ মন যায় ডাক্তৰ হ'বলৈ ৰোগীক চিকিৎসা কৰিবলৈ । মোৰ মন যায় শিক্ষক হ'বলৈ ছাত্ৰ-ছাত্ৰীক পঢ়াবলৈ । মোৰ মন যায় পখী হ'বলৈ নীল আকাশত উৰি ফুৰিবলৈ ৷ মোৰ মন যায় সৈনিক হ'বলৈ দেশ…
বিপদৰ বন্ধু মনপুৰ গাঁওখন অতি মনোমোহা । এই গাঁওখন নানা ধৰণৰ গছ-গছনি , ফল-মূল আৰু ফুলেৰে ভৰা । সেই গাঁৱত ৰংমনহঁতৰ ঘৰৰ কাষত এখন ধুনীয়া খেলপথাৰ আছিল । তাতে ৰংমনৰ বন্ধু ৰতন , নয়ন , সোণ , ৰাকেশ সকলোৱে খ…
বিজ্ঞান বিচিত্ৰাঃ (১) কিমান ডিগ্ৰী ছেণ্টিগ্ৰেডত সোণ গলাব পাৰি ? উঃ ১০৬৩°ছেণ্টিগ্ৰেডত ৷ (২) ব্লিচিং পাউদাৰৰ ৰাসায়নিক নাম কি ? উঃ কেলছিয়াম হাইপ’ক্লৰাইড ৷ (৩) ছ’ডা পানীত কি এচিদ থাকে ? উঃ কাৰ্বনিক এচ…
মহৎ লোকৰ বাণী (১) জ্ঞান মানুহক দিব নোৱাৰি , উপলব্ধি কৰিব পাৰি । --চক্ৰেটিছ ৷ (২) প্ৰথমে নিজক ভালপোৱা , নিজক ভালপোৱা মানুহে বেলেগক কষ্ট দিব নোৱাৰে । -- বুদ্ধদেৱ ৷ (৩) যি নিজক পাপী বুলি ভাৱে, তেওঁ পা…
সাঁথৰঃ (১) পানী আছে মাছ নাই , জংঘল আছে বাঘ নাই । --- নাৰিকল । (২) গা আছে মূৰ নাই , চকু আছে দাঁত নাই । ------ কেকোঁৰা । (৩) কি পাত গছত নালাগে ? ------ ধাৰাপাত ৷ (৪) জুইত ফুটে পানীত মৰে । সেই বস্ত…
বিজ্ঞান কুইজঃ ( ১) কোনবিধ চৰাইয়ে পিছফালে উৰিব পাৰে ? উঃ--- হামিং বাৰ্ড ৷ (২) কি প্ৰাণীয়ে চকু বন্ধ নকৰাকৈয়েই টোপনি যায় ? উঃ--- সাপ আৰু মাছ। (৩) কি গছৰ পাত নাই ? উঃ--- কেকটাছ ৷ (৪) আদা , হালধি আদ…
জুনমণি দাস। ষষ্ঠ শ্ৰেণী। শিক্ষা খণ্ড - ৰামপুৰ। গুইমাৰা মজলীয়া বিদ্যালয়।
মনালিছা কলিতা ষষ্ঠ শ্ৰেণী গুইমাৰা মজলীয়া বিদ্যালয় শিক্ষা খণ্ড - ৰামপুৰ।
সংৰক্ষিত প্ৰকৃতি ৰক্ষা কৰা প্ৰকৃতি সন্তান তুমি সাহসী, মুক্ত কৰা পৃথিৱী সন্তান আমাৰ নিষ্পাপী । সংৰক্ষিত প্ৰকৃতি সুৰক্ষিত পৃথিৱী, জাৱৰ-জোঁথৰ মুক্ত কৰা …
পাকিজা বেগম অষ্টম শ্ৰেণী , কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয় ৷
কাক কি উপনামেৰে জনা যায় (১) জগতগুৰু -- শ্ৰীমন্তশঙ্কৰদেৱ (২) কলাগুৰু --- বিষ্ণুপ্ৰসাদ ৰাভা (৩) ৰূপকোঁৱৰ -- জ্যোতিপ্ৰসাদ আগৰৱালা (৪) নটসূৰ্য -- ফণী শৰ্মা (৫) গীতিকবি --- পাৰ্বতিপ্ৰসাদ বৰুৱা (৬) কৰ্মব…
বিশেষ বিহু কুইজ (১) অসমীয়া বিহু নাচক কোনে প্ৰথমে মঞ্চত অৱতীৰ্ণ কৰাইছিল ? উঃ ৰাধাগোবিন্দ বৰুৱাই (২) ঢোলৰ খোলাটো কি গছৰ পৰা তৈয়াৰ কৰা হয় ? উঃ কঠাল গছ (৩) গগনাত এবিধ সূতা ব্যৱহাৰ কৰা হয় ৷ এই সূতাবিধৰ…
*সাঁথৰঃ* (১) বগী বাইৰ পিঠিত কলীয়া ককাইৰ কিল , তথাপি কাজিয়া নাই দুয়োৰে বৰ মিল ----- উঃ কাগজ আৰু কলম (২) বজালে ধোপ ধোপ , কোমল পিটিকিলে , নহ’লেই নহয় তাক সেৱা নকৰিলে -------- উঃ গাৰু (৩) পখী নহয় উৰি …
হেনা আখতাৰ , পঞ্চম শ্ৰেণী , ১২৯৩ নং কৰিগাঁও প্ৰাথমিক বিদ্যালয় , শিক্ষাখণ্ডঃ ছমৰীয়া
অ’ বৰ্ণৰে আৰম্ভ হোৱা কিছুমান শব্দৰ বিপৰীত শব্দঃ অচল --- সচল অধম --- উত্তম অসহায় --- সহায় অসাধু ---- সাধু অক্ষম ---- সক্ষম অধীন --- স্বাধীন অস্বাভাৱিক---স্বাভাৱিক অণু ---- বৃহৎ অপমান ----- মান অনুচ…
প্ৰাণী জগতৰ বিস্ময়ঃ @ হাতীয়ে ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ ২-৩ ঘণ্টাহে শোৱে ৷ @ গৰু , ম’হ আৰু ঘোঁৰাৰ খুৰাবোৰ মৃত কোষেৰে গঠিত ৷ @ জিৰাফে মুখেৰে শব্দ কৰিব নোৱাৰে ৷ @ আটাইতকৈ বেগী প্ৰাণীবিধ হ’ল চিতাবাঘ ৷ @ শগ…
জ্ঞানম ফেইচবুক পৃষ্ঠা