থিয়কৈ------- ১/ তুলনা , সাদৃশ্য (৩) ২/ ইছলাম ধৰ্ম নমনা লোক (৩) ৩/সংক্ষিপ্ত সূত্ৰ ব্যাখ্য কৰা শ্লোক (৩) ৪/অংগ( ২) ৫/বালক শব্দৰ স্ত্ৰীলিংগ ৰূপ (৩) ৬/ৰজা (৩) ৮/শাকৰ খেতি কৰা ঠাই (৩) ১০/ইচ্ছা (৩) ১১/বাও…
থিয়কৈ------- ১/ বুঢ়া আঙুলি আৰু মাজৰ আঙুলি বলেৰে লগ লগাই মাজৰ আঙুলি পিছলাই কৰা শব্দ (৩) ২/মাজ মূৰত ৰখা দীঘল চুলিৰ কোছা (৩) ৩/অসমীয়া বছৰৰ একাদশ মাহ (৩) ৪/ বয়-বস্তু থবৰ কাৰণে বাঁহৰ গাধৈ বা তক্তাৰে…
পথালিকৈ ১/এবিধ ডাল নেমেলা ওখ গছ আৰু তাৰ ফল (৩ ) ২ / ইচ্ছা,অভিলাষ (৩) ৩/এবিধ শস্য (২) ৪/হাতেৰে গ্ৰহণ কৰ , আটক কৰি ৰাখ (২) ৫/জাক , সমূহ ( ২) ৬/চলচ্চিত্ৰ, বোলছবি ( ৩) ৭/ আৰক্ষী বাহিনীৰ…
জ্ঞানম ফেইচবুক পৃষ্ঠা