আকাশ বৃহৎ আকাশৰ নাই কোনো পৰিসীমা নাই কোনো ঠিকনা , মাথো শূন্যলৈ বিস্তৃত এক অসীম যাত্ৰা যি যাত্ৰাৰ নাই কোনো লক্ষ্মণ ৰেখা ৷ নাজানো কি আছে তাত যাবলৈ ইচ্ছা , চাবলৈ ইচ্ছা , সেয়েহে হেঁপাহেৰে চাই থাকোঁ তালৈ …
জ্ঞানম ফেইচবুক পৃষ্ঠা