সম্পাদকীয় "মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত ময়েই কাঞ্চনজংঘা" গীতেৰে, সুৰেৰে মানুহৰ মনত বীণাৰ ঝংকাৰ তোলা সাহসৰ জীৱন্ত দলিল, প্ৰেৰণাৰ অনন্ত প্ৰতীক, গতিশীল সত…
সুৰৰ সূৰ্য অস্ত গ'ল কোনো দিনেই উদয় নোহোৱাৰ প্ৰতিশ্ৰুতিৰে সূৰ্যটো অস্ত গ'ল , নিৰৱে সাগৰ তলিত শুই থাকিল । আমিও বাটৰ কাষত বাট চাই ৰৈ থাকিলো , মায়াবিনী ৰাতিৰ বুকুত সুৰ শুনিবলৈ সেই সুৰেই নোহ…
মানুহ তাত হিন্দু নাছিল, তাত মুছলমান নাছিল তাত খ্ৰীষ্টিয়ানো নাছিল আছিল মাথোঁ মানুহ আৰু মানুহ , চকুলোৰে স্নান কৰা অ লেখ মানুহ । মিছা ৰং, মিছা নামৰ উপাধি প্ৰট'কল সামৰি মিচিকিয়া হাঁহিৰে সকলোকে আ…
ঈশ্বৰ পুত্ৰৰ বাবে ভালপোৱাৰ বৰষুণত আমাক জুৰুলি-জুপুৰি কৰি মানুহজন গুছি গ'ল অহা বাটেদি আঁতৰি । মIয়াবিনি ৰাতিৰ বুকুত গাবলৈ নাহে কোনোদিন । সাগৰ তলিত শুবৰ মন সঁচাই সাগৰত চিৰ নিদ্ৰাত ।। জোনাক গল…
প্ৰাণৰ জুবিন, গানৰ জুবিন তোমাৰ গানতেই সাৰ পাই উঠিল বিংশ শতাব্দীৰ শুই পৰা ভাগৰুৱা সময় তোমাৰ গীতত বৈ আহিল হেঁপাহ বেদনাৰ মাজতো জীৱনৰ বাবে এবুকু আশা তোমাৰ গানৰ সুৰত জাগে এনে কি শক্তি শোষিত মানুহৰ হিয়া…
ভুল নুবুজিবা জুবিনদা অতি আবেগিক আমিবোৰে আবেগত লওঁ সংকল্প বহুতো.... তুমি অবিহনে দুখৰ সাগৰৰ পৰা উঠি আহিছে বহুজন আমি একেলগ হৈ থাকিব নোৱাৰোঁ । 'শিয়াল নীলা হলেও হোৱা দিবই' স্ব-কৰ্ম, স্ব-ধ…
তুমি উভতি চোৱা মায়াবিনীৰ দেশলৈ , ধূলি হৈ হৈ উৰি নাযাবা । আমাৰ হিয়াৰ ধপধপনি শুনিবলৈ আকৌ, উভতি চোৱা । অসমীয়াৰ চকুপানী মচিবলৈ, অসমীয়াৰ আবেগ মোহাৰিবলৈ, অসমীয়াৰ স্বাভিমান তুমি উভতি চোৱা । অসমী আইৰে সন্ত…
হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ “ তুমি সুবাস অসমীৰে তুমি সুবাস সৃষ্টিৰে তুমি প্ৰকাশ মুকুতিৰে সঁচা নিভাজ সপোনৰে তুমি সাহস জীৱনলে মৰণকো জিনিবলে তুমি পোহৰ যুগে যুগে নানা জাতি নানা ৰূপে” অ…
জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি আৰু প্ৰতিচ্ছবি কেতিয়াবা কিছুমান কথা ৰাজহুৱাভাৱে ক'বলৈ মন যায়। পিছে বৰ্তমান সময়ত দেখোন ক'লেও বিপদ আৰু নক'লেও মনে নামানে। আমি দেখা পাইছোঁ জুবিন গাৰ্গৰ…
মই জুবিন গাৰ্গ সৌ সিদিনা যে গাইছিলো "সাগৰ তলিত শুবৰ মন" আজি সেয়ে শুয়েই দিলো । সাগৰৰ পৰা আজি মই সৰগত । ওচৰত দেখিছো মা আৰু জংকি । তেওঁলোকৰ লগত কথা পাতি শেষেই নহয়চোন । মই কৈছো, বোলো- &…
অসমত এটা বাঘ আছিল অসমৰ স্বাভিমান, গৌৰৱ, সৃষ্টিৰ আঁকৰ আছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ৷ এইগৰাকী মহান শিল্পীৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনটোত ৷ এই দিনটোৰ এক বিশেষত্ব এয়ে যে উক্ত দি…
সেউজীয়া আত্মাৰ সাধু শিল্পী গুচি যায়, ৰৈ যায় মাথোঁ তেওঁৰ সৃষ্টি.... জুবিন দা, অসমৰ খবৰ পোৱা নে তুমি ? যোৱা পাঁচটা দিন ধৰি অসমখন স্তব্ধ হৈ পৰিছে । প্ৰতিখন ঘৰতে আজি কোনোবা আত্মীয়ৰ বিয়োগ ঘটিছে ।…
এটা যুগৰ অৱসান এটা যুগৰ অৱসান ঘটিল, তথাপিও গানেৰে লক্ষকোটিৰ মন আকাশত আজিও সূৰ্য হৈ ৰ'লা । এজন শিল্পী, এজন সেনানী— তুমি আছিলা প্ৰতিধ্বনি— আশাৰ, প্ৰেমৰ, বিদ্ৰোহৰ ধ্বনি কি…
তুমি ঈশ্বৰৰ পুত্ৰ তুমি ক'ত আছা , কেনে আছা নক'লেও হ'ব..... তুমি যে ভগৱানৰ অৱতাৰ স্বৰ্গতেই থাকিবা । তুমি ৰজা, বাদ্শ্বাহ, জিল্লেইলাহী নিজৰ দৰে সকলোকে জীয়াবলৈ শিকালা, নাই কোনো ৰাজনীতি, …
জ্ঞানম ফেইচবুক পৃষ্ঠা