header ads

কৰ'না | Poem by Garima Das

কৰ'না


 

কৰ'না!

কৰ'না!

সৌৱা আহিল কৰ'না

সোমাল কৰ'না!

বাঘ ৰজাৰ হুকুমত

ল'কডাউন হ'ল ঘোষণা।

বান্দৰটো বোলে মেমেৰা

হ'ল হেনো তাৰ কৰ'না

এফালে বান আনফালে কৰ'না

ধৰাত লাগিল লৰাঢপৰা,

ৰেডিঅ' টিভি কাকতত কেৱল

মাক্স পিন্ধা, মাক্স পিন্ধা

তিনি ফুট আঁতৰত থাকা

বাচিবা তেতিয়া

থাকিবা তেতিয়া

সকলোৱে

ভালে কুশলে।

 

 +++++++++++++++

গৰিমা দাস

চতুৰ্থ শ্ৰেণী

৩২৭নং লেজা প্ৰাথমিক বিদ্যালয় 

শিক্ষাখণ্ড- কমলপুৰ।

 

অলংকৰণ :- মনবীনী দাস

Post a Comment

0 Comments