header ads

গাঁও | Assamese Poem by Tridip Sharma

গাঁও


মন গʼলেই গুছি আহোঁ

সুহুৰিয়াই সুহুৰিয়াই

টা টা দি কংক্ৰিটৰ মহানগৰী

যদিও পুনৰ উভতি যোৱাতো খুবেই কষ্টকৰ

এৰি থৈ তোৰ বুকুৰ স্মৃতি ।

লেখকৰ ঠিকনা:

ত্ৰিদীপ শৰ্মা।

সহকাৰী শিক্ষক,

ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়।

ছমৰীয়া শিক্ষাখণ্ড।

Post a Comment

0 Comments