গণিতৰ যাদু
১) তিনিটা একে অংকবিশিষ্ট এটা সংখ্যা লোৱা ৷
২) সংখ্যাটোৰ অংক তিনিটা যোগ কৰি পোৱা যোগফলেৰে প্ৰথমে লোৱা সংখ্যাটোক হৰণ কৰা ৷
উত্তৰ হ’ব - ৩৭
উদাহৰণস্বৰূপে :-
১) a) ৭৭৭
b) ৭ + ৭ + ৭ = ২১
এতিয়া ৭৭৭ ÷ ২১ = ৩৭
২) a) ৮৮৮
b) ৮ + ৮ + ৮ = ২৪
এতিয়া ৮৮৮ ÷ ২৪= ৩৭
গিৰিন দাস
শিক্ষাখণ্ড : কৰৰা
0 Comments