header ads

নিয়মীয়া শিতান, গণিতৰ যাদু, গিৰিন দাস

 গণিতৰ যাদু




১) তিনিটা একে অংকবিশিষ্ট এটা সংখ্যা লোৱা ৷
২) সংখ্যাটোৰ অংক তিনিটা যোগ কৰি পোৱা যোগফলেৰে প্ৰথমে লোৱা সংখ্যাটোক হৰণ কৰা ৷
উত্তৰ হ’ব - ৩৭
উদাহৰণস্বৰূপে :-
  ১)    a)  ৭৭৭
          b) ৭ + ৭ + ৭ = ২১
         এতিয়া  ৭৭৭ ÷ ২১ = ৩৭
২)    a) ৮৮৮
         b) ৮ + ৮ + ৮ = ২৪
        এতিয়া  ৮৮৮ ÷ ২৪= ৩৭




গিৰিন দাস  
মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
শিক্ষাখণ্ড : কৰৰা

Post a Comment

0 Comments