header ads

স্বাধীনতা দিৱস | An Poem by Juri Das

স্বাধীনতা দিৱস


এটি দুটি দিন গৈ 

আহিল এক দিৱস,

উলহ -মালহৰ এই

স্বাধীনতা দিৱস।


হৈছিলোঁ  স্বাধীন আমি

১৯৪৭ চনৰ ১৫ আগষ্টত,

মৰমৰ তিৰঙ্গা পতাকা 

লৈ হাতত।


দেশ স্বাধীন,আমি স্বাধীন 

গৌৰৱ আছে বুকুত ,

আগবাঢ়ি যাম আমি 

সাহস লৈ বুকুত ।

                    ___****___


নাম- জুৰি দাস
শ্ৰেণী - দশম
স্কুলৰ নাম - পানীটেমা সাত গাওঁ হাইস্কুল
কমলপুৰ শিক্ষাখণ্ড