header ads

বিদ্যাৰ্থীৰ মনৰ বতৰা । আব্দুল মজিদ আলী | 86% Scored by specially abled Abdul Mazid

শিক্ষাৰ ক্ষেত্ৰত শাৰীৰিক অক্ষমতাও যে হেঙাৰ হ'ব নোৱাৰে তাকেই প্ৰমাণিত কৰিলে চাংসাৰিৰ ধোপাতাৰি গাঁৱৰ ধোপাতাৰি শিল ভৰাল হাইস্কুলৰ ছাত্ৰ আব্দুল মজিদ আলীয়ে । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আব্দুল মজিদ আলীয়ে ৫১৩ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ৷