header ads

মোৰ মন | A poem by Bikash Kalita

মোৰ মন

মোৰ মন  A poem by Bikash Kalita

 

মোৰ মনটো উৰি থকা সৌ চৰাইবোৰৰ দৰে ,
মোৰ মনটো আকাশৰ সেই মেঘৰ টুকুৰাবোৰৰ দৰে।

সোণালী ৰ'দ যেন সপোন হেঁপাহৰ ,
ঢপলিয়াম পূৰাবলৈ লক্ষ্য জীৱনৰ।

বাধাৰে ভৰা,

আহুকালেৰে ভৰা জীৱনৰ লক্ষ্য হ'ল

মনপুতি পঢ়ি ভাল মানুহ হোৱা আদৰ্শৰ ।।

****************************


বিকাশ কলিতা
অষ্টম মান
তাতিবামা আঞ্চলিক হাইস্কুল
ৰাণী ব্লক



 অলংকৰণ :- সুকন্যা ভৰদ্বাজ


Post a Comment

0 Comments