header ads

গল | A poem by Nayanmoni Das

গল

গল  A poem by Nayanmani Das

ধুলি ধূসৰিত পথৰ পথিক মই

নাকৰ আগৰ আৱৰণো বিফল

আগত আছে কি!

অনুমানাতীত।

তথাপি বাধ্য যাবলৈ আগুৱাই,

হয়তো মূহুর্ততে

আগছি ধৰিব হি বিফলতাই।

কিন্তু, সদায়ে হম জানো সফল!

নহ'লেও নাই,

আগুৱাই যোৱাই হওঁক

মোৰ একমাত্র নিৰ্দিষ্ট গল।।

---------------^^^--------------

 

নয়ন মণি দাস

সহকাৰী শিক্ষক, 

১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয়।

 


অলংকৰণ :- তন্দ্রা দে




Post a Comment

0 Comments