header ads

কবিতা:-- মা

 মা



মা ! যিয়ে মোক তুলি-তালি ডাঙৰ কৰিলে হিয়াভৰা মৰমৰ মাতেৰে 
নিচুকনি গীত শুনাই
হাত বুলাই দিয়ে মোৰ গাত 
খোজ কাঢ়িব শিকালে হাতত ধৰি পৃথিৱীখনত। 

মা শিক্ষিত নহ'লেও দিয়ে ভৰপূৰ জ্ঞান,
মাৰ চকুত চকুপানী থাকিলেও 
মোৰ মুখত হাঁহি বিৰিঙাই
কৰে মোৰ লগত অনেক ধেমালি।




কৃষ্ণা মালাকৰ
সপ্তম শ্ৰেণী
ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয়
ছয়গাঁও শিক্ষাখণ্ড

Post a Comment

1 Comments