header ads

শব্দ-শৃংখল | Word Puzzle




 

পথালিকৈ

১/এবিধ ডাল নেমেলা ওখ গছ আৰু তাৰ ফল (৩)

/ইচ্ছা,অভিলাষ (৩)

৩/এবিধ শস্য (২)

৪/হাতেৰে গ্ৰহণ কৰ , আটক কৰি ৰাখ (২)

৫/জাক , সমূহ ( ২)

৬/চলচ্চিত্ৰ, বোলছবি (৩)

৭/ আৰক্ষী বাহিনীৰ নিম্নতম পদবীৰ লোক (৩)

৮/ কল পতুৱাৰ খোল (২)

৯/ নোযোৱাকৈ থাক( ১)

১০/ তৰা,নক্ষত্ৰ (৩)

১১/ধানৰ খেতি থকা পথাৰ (৩)

১২/ চিচা আদিত জুলীয়া বস্তু ভৰোৱা এবিধ যতন (২)

১৩/ কাপোৰ সামৰি থোৱা বাঁহৰ কাঠীৰে সজা এবিধ ঢাকনী থকা যতন (২)

১৪/ বঞ্চনা , ছলনা ( ৪)

১৬/ গা এৰা দে (৫ )

১৭/ প্ৰথম (৩ )

১৮/ বিবাহ (২)


দীঘলকৈ

/মুছলমান দম্পতীৰ বিবাহ-বিচ্ছেদৰ ঘটনা (৩)

/বৰকৈ কৰা প্ৰহাৰ (৪ )

৩/কামৰ অযোগ্য (৩)

৬/এজনে আনজনক চিনা কাৰ্য(৪)

৭/দৰবত লগা বাম খেতিত হোৱা এবিধ সৰু তিতা গছ (৩)

৮/বস্তু বেচা ঘৰ (৩)

১১/একেলানিয়ে চলি থকা (৫)

১২/নোগোৰোৱাকৈ শুকুৱাই থোৱা তামোল (৩)

১৩/খেতিত হোৱা এবিধ সৰু গছ আৰু তাৰ জাল থকা ফল (৪)

১৪/বিৰহযুক্ত স্ত্ৰী (৪)

১৫/ মাটিত বগাই ফুৰা এবিধ জেঠী জাতীয় সৰীসৃপ (৪)

১৬/জন্তুৰ মাখিছাল ছিঙি নোম সৰা বেমাৰ (৩)

  

                     **************উত্তৰসমূহ***********

পথালিকৈ-

১/তামোল,/মানস, ৩/ধান, ৪/ধৰ, ৫)দল, ৬/চিনেমা,  ৭/চিপাহী, ৮/দোনা, ৯/ৰ, ১০/তাৰকা ,১১/ধাননি,১২/চুপি,১৩/জপা, ১৪/ বিড়ম্বনা , ১৬/ ফালৰিমাৰ, ১৭/পহিলা, ১৮/বিয়া

দীঘলকৈ-

১/তালাক,২/মাধমাৰ, ৩/ধাদহী, ৬/চিনাচিনি,৭/চিৰতা, ৮/দোকান,১১/ধাৰাবাহিক,১২/চুপাৰি, ১৩/ জলকীয়া, ১৪/বিৰহিণী,১৫/নাইপিয়া, ১৬/ফাপৰা

প্ৰস্ততকৰ্তা:--

পূবালী শইকীয়া দাস
সহঃ শিক্ষয়িত্ৰী 
খোপনিকুছি প্ৰাথমিক বিদ্যালয়,
হাজো শিক্ষাখণ্ড

Post a Comment

0 Comments