Labels

মহৎলোকৰ বাণী ।

 ---মহৎলোকৰ বাণী---


১) সকলো মানুহক তোমাৰ হৃদয়খন খুলি নেদেখুুৱাবা-----বাইবেল

২) অন্ন,বস্ত্ৰ ঈশ্বৰ প্ৰাপ্তিৰ বস্তু নহয়, ভক্তিয়েই একমাত্ৰ পথ ---- শ্ৰীমন্তশঙ্কৰদেৱ

৩) যি নিজস্বতা হেৰুৱায় , তেওঁ সকলো হেৰুৱায়---- মহাত্মা গান্ধী


সংগ্ৰহ:

জ্যোতিমা দাস ।

পঞ্চম শ্ৰেণী ।

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয় ।

 শিক্ষাখণ্ড- কমলপুৰ, কামৰূপ ।

Post a Comment

0 Comments