header ads

মহৎ লোকৰ বাণী ।

 ---মহৎ লোকৰ বাণী---


(১) পাপ-পুণ্য একো নাই , আছে মাথোঁ অজ্ঞতা । ---- স্বামী বিবেকানন্দ । 

(২) যি জাতিৰ সাহিত্য নাই, সেই জাতি জীয়াই থাকিও মৰাৰ দৰে । ---- তুলসী দাস ।

(৩) পৰনিন্দা আৰু পৰচৰ্চা সমপৰ্যায়ৰ । ----চেৰিডান ।

(৪) মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে । ---- বুদ্ধদেৱ ।

(৫) শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি । ---- ছক্ৰেটিছ । 


সংগ্রহ :- শ্ৰী পিনাকী শৰ্মা ।

অষ্টম শ্ৰেণী ।

তাতিবামা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় ।

 শিক্ষাখণ্ড- ৰাণী, কামৰূপ ।

Post a Comment

0 Comments