শব্দ -শৃংখল
পথালিকৈ:
(১) কবিতা বা কাব্য লিখা লোক (২)
(২) মাজত শলিতা ভৰাই বন্তিৰূপে ব্যৱহাৰ কৰা এবিধ
সামগ্ৰী (৪)
(৩) এখন ঠাইৰ নাম (৪)
(৪) আশ্চৰ্য বা তধা লগা অৱস্থা (৩)
(৫) ভগ্নাংশৰ তলৰ ৰাশিটো (২)
(৬) ক্ৰিকেট খেলত বহুল ব্যৱহৃত এটা শব্দ (২)
(১০) চুঙা , ভিতৰভাগ ফোপোলা
দীঘল বস্তু (২)
(১১) ৰান্ধনিঘৰৰ ভিতৰভাগ (৩)
(১৪) ঈশ্বৰৰ প্ৰতি সমৰ্পিত মনোভাৱ (৩)
(১৬) জীয়াই থকা অৱস্থা (৩)
(১৭) খাপ বা চামনি (৩)
(১৮) আসক্তি (৩)
(২০) এবিধ ৰোগ (২)
থিয়কৈ:
(১) এবিধ ফলৰ নাম (৩)
(৪) ভাঙ্ , বেলেগ কৰ (৩)
(৭) নিকা , পবিত্ৰ (৩)
(৮) মনত পেলোৱা কাৰ্য (৩)
(৯) চলিত মত বা বেদ বিৰুদ্ধ শাস্ত্ৰ (৪)
(১১) সোৱাদ , স্বাদ (২)
(১২)পাহাৰৰ ওখ অংশ (২)
(১৩) এবিধ মাছ (২)
(১৫) হজ কৰি অহা লোক (২)
(১৭) পাৰ , দাঁতি (২)
(১৯) অনুৰূপ শব্দ (৩)
(২১) ৰজা , অধিপতি (৪)
উত্তৰ সমূহ:
0 Comments