header ads

সাঁথৰ ।

 ---সাঁথৰ---


১) মাক জুতুলী পুতুলী, পুতেক চোকা টেকেলা ৷

         -----জলকীয়া-----

২) চুই চা চুই চা, চুই দিলে হয় পইচা ।

         ----কেৰেলুৱা----

৩) আই বুলিলে নালাগে , বোপাই বুলিলে লাগে ।

          ----ওঁঠ----

৪) এনু এনু এনু , ধৰিবলৈ নাই ঠেনু ৷

          ---- কণী-----

৫) এঙা এঙা এঙা , একেডাল ডালতে পাঁচোটা টেঙা ৷ 

-----আঙুলি----


সংগ্ৰহ:

ময়ুৰী দাস

দ্বিতীয় শ্ৰেণী

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয় ।

 শিক্ষাখণ্ড- কমলপুৰ, কামৰূপ ।

Post a Comment

0 Comments