header ads

হাতে লিখা আলোচনীৰ নিৰ্বাচিত লেখা ।

হাতে লিখা আলোচনীৰ নিৰ্বাচিত লেখা...


           সমগ্ৰশিক্ষা, কামৰূপৰ উদ্যোগত কামৰূপ জিলাৰ বিদ্যালয় সমূহে চলিত শৈক্ষিক বৰ্ষত প্ৰস্তুত কৰি তোলা ১২৫১ খন হাতেলিখা আলোচনী ২৫/০১/২০২২ তাৰিখে  কামৰূপৰ আমিনগাঁওস্থিত  সংহত উপায়ুক্তৰ সভাগৃহত উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড. দয়ানন্দ পাঠক মহোদয়ে । অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব শ্ৰী থানেশ্বৰ মালাকাৰ, কামৰূপৰ উপায়ুক্ত শ্ৰী কৈলাশ কাৰ্তিক এন.মহোদয়, জিলা উন্নয়ন আয়ুক্, অতিৰিক্ত উপায়ুক্ত, বিদ্যালয় সমূহৰ পৰিদৰ্শক, মঞ্জুৰাণী ডেকা DIPRO, মহোদয়া আৰু জিলা তথা খণ্ড পৰ্যায়ৰ বিষয়া-কৰ্মচাৰী তথা শিক্ষাগুৰুৰ উপস্থিতিত এনে বৃহৎ সংখ্যক হাতে লিখা আলোচনী উন্মোচনে এক অভিলেখ সৃষ্টি কৰে । উক্ত অনুষ্ঠানত 'হাতে লিখা আলোচনী'  প্ৰতিযোগিতাৰ ফলাফল সমূহ ঘোষণা কৰা হয়। জ্ঞানমৰ এই সংখ্যাত হাতে  লিখা আলোচনীৰ নিৰ্বাচিত লেখা কেইটামান প্ৰকাশ কৰা হৈছে । বিদ্যালয় সমূহে হাতে লিখা আলোচনী প্ৰকাশ কৰি ছাত্ৰ- ছাত্ৰী তথা শিক্ষাগুৰুৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ  ধাৰাবাহিকতা অব্যাহত ৰাখিব বুলি আমি আশাবাদী ।

বঙৰা পাছনীয়াপাৰা মজলীয়া বিদ্যালয়, বঙৰা ।

শিক্ষাখণ্ড- ৰামপুৰ ।👇👇👇




১৫ নং বেজেৰা প্ৰাথমিক বিদ্যালয় ।

শিক্ষাখণ্ড- কৰৰা । 👇👇👇




আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, ফুলগুৰি । 
শিক্ষাখণ্ড-ৰামপুৰ ।   👇👇👇




তাৰাবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় ।
শিক্ষাখণ্ড- বকো ।  👇👇👇






Post a Comment

0 Comments