মহৎলোকৰ বাণী
১) ব্যস্ততাই আনন্দ দান কৰে ------মাদাৰ টেৰেছা l
২) এজন এলেহুৱা মানুহ আজীৱন মৃত হৈ থাকে ---------থমাচ মূলাৰ l
৩) বিদ্যালয়বোৰ শিশুকালৰ ভয়ংকৰ চয়তান ----------জৰ্জ বাৰ্নাড শ্ব’ l
৪) যি শিক্ষাই চৰিত্ৰ গঠন ,বৌদ্ধিক বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ পাঠ শিকায় সেই শিক্ষাহে আমাৰ কাম্য ------ স্বামী বিবেকানন্দ l
৫) নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা -------বেঞ্জামিন ফ্ৰেংকলিন l
সংগ্ৰাহক:
সংগীতা দাস।
পঞ্চম শ্ৰেণী।
৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়।
কমলপুৰ শিক্ষা খণ্ড।
0 Comments