Labels

মহৎলোকৰ বাণী l

 মহৎলোকৰ বাণী



১) ব্যস্ততাই আনন্দ দান কৰে ------মাদাৰ টেৰেছা l

২) এজন এলেহুৱা মানুহ আজীৱন মৃত হৈ থাকে ---------থমাচ মূলাৰ l

৩) বিদ্যালয়বোৰ শিশুকালৰ ভয়ংকৰ চয়তান ----------জৰ্জ বাৰ্নাড শ্ব’ l

৪) যি শিক্ষাই চৰিত্ৰ গঠন ,বৌদ্ধিক বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ পাঠ শিকায় সেই শিক্ষাহে আমাৰ কাম্য ------ স্বামী বিবেকানন্দ l

৫) নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা -------বেঞ্জামিন ফ্ৰেংকলিন l

সংগ্ৰাহক:

সংগীতা দাস।

পঞ্চম শ্ৰেণী।

৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়।

কমলপুৰ শিক্ষা খণ্ড।

Post a Comment

0 Comments