header ads

মহৎ লোকৰ বাণী l দ্বিতীয় বছৰ, ৩য় সংখ্যা

মহৎ লোকৰ বাণী 


১) পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ফুল , কিন্তু তাৰ শিপা মাটি আৰু গোবৰতহে থাকে = ডি . এইছ . লৰেঞ্চ ।

২)  মৰমেহে মৰমক জন্ম দিয়ে = চফ ' কলছ ।

৩) নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে = মাৰ্ক টোৱেইন ।

৪) মহৎ কাম শক্তিৰে নহয় , অধ্যৱসায়ৰে সম্পন্ন হয় = ছেমুৱেল জনছন ।


সংগ্ৰহ:

চুমি বেগম ।

অষ্টম শ্ৰেণী ।

বকো মজলীয়া বিদ্যালয়।

শিক্ষাখণ্ড: বকো।

Post a Comment

0 Comments