header ads

সাঁথৰ l দ্বিতীয় বছৰ, ৩য় সংখ্যা

 সাঁথৰ



১. বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে, এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে --- জুইশলা ৷

২. এজনী কলী গাই, ঘাটে ঘাটে পানী খায় --- বৰশী ৷

৩. হাবিত কাঁহে ওলাই নাহে --- কুঠাৰ ৷

৪. দেশ আছে মানুহ নাই, নদী আছে পানী নাই --- মানচিত্ৰ ৷


সংগ্ৰহ:

কৃতিমান কলিতা।

ষষ্ঠ শ্ৰেণী ।

বকো মজলীয়া বিদ্যালয়।

শিক্ষাখণ্ড: বকো।

Post a Comment

0 Comments