Labels

সাঁথৰ l সংগ্ৰহ: টানিছা দাস

 সাঁথৰ


(১) তিনিখন পিঠি মোৰ এখনেই মোৰ হাত

পেহীদেৱে পানীত মাৰে জপং জপং তাত -

-  জাকৈ  ।

(২) এঠেঙীয়া বগলী কঁকাল ঘূৰাই পুৱা-গধূলি -

-  বিচনী  ।

(৩) দাঁত আছে কিন্তু নাকামোৰে , ক'লা ক'লা ঘাঁহনিৰ মাজে মাজে চৰে -

-  ফণি  ।

(৪) চাৰিটাকৈ ভৰি মোৰ হাত হ'লে দুখন , আনক মই কোলাত লওঁ যিমানেই হওক ওজন -

-  চকী  ৷

(৫) দোষ নকৰাকৈ মাৰ খাওঁ  তাক্ ধিনা-ধিন্-খিট্ তাও -

-  তবলা  ।

সংগ্ৰহ:

টানিছা দাস।

পঞ্চম শ্রেণী।

শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড - হাজো।

Post a Comment

0 Comments