সাঁথৰ
(১) তিনিখন পিঠি মোৰ এখনেই মোৰ হাত
পেহীদেৱে পানীত মাৰে জপং জপং তাত -
- জাকৈ ।
(২) এঠেঙীয়া বগলী কঁকাল ঘূৰাই পুৱা-গধূলি -
- বিচনী ।
(৩) দাঁত আছে কিন্তু নাকামোৰে , ক'লা ক'লা ঘাঁহনিৰ মাজে মাজে চৰে -
- ফণি ।
(৪) চাৰিটাকৈ ভৰি মোৰ হাত হ'লে দুখন , আনক মই কোলাত লওঁ যিমানেই হওক ওজন -
- চকী ৷
(৫) দোষ নকৰাকৈ মাৰ খাওঁ তাক্ ধিনা-ধিন্-খিট্ তাও -
- তবলা ।
সংগ্ৰহ:
টানিছা দাস।
পঞ্চম শ্রেণী।
শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - হাজো।
0 Comments