সাঁথৰ
১. বগা বগা চাহাবে ৰঙা - ক’লা টুপি পিন্ধে , এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে -
- জুইশলা ।
২. এজনী কলী গাই ঘাটে ঘাটে পানী খায় -
- বৰশী ৷
৩. হাবিত কাঁহে ওলাই নাহে -
- কুঠাৰ ৷
৪. দেশ আছে মানুহ নাই , নদী আছে পানী নাই -
- মানচিত্ৰ ৷
৫. ৰজাৰ ঘৰৰ ক’লী গাই ঘাটে ঘাটে পানী খায় -
- বৰশী ৷
সংগ্ৰহ:
সুমন দাস
শ্ৰেণী - সপ্তম
তাতিবামা আঞ্চলিক হাইস্কুল
শিক্ষাখণ্ড - ৰাণী
0 Comments