Labels

সাঁথৰ l সংগ্ৰহ: সুমন দাস

 সাঁথৰ

১. বগা বগা চাহাবে ৰঙা - ক’লা টুপি পিন্ধে , এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে -

 -  জুইশলা  ।

২. এজনী কলী গাই ঘাটে ঘাটে পানী খায় -

 -  বৰশী  ৷

৩. হাবিত কাঁহে ওলাই নাহে -

 -  কুঠাৰ  ৷

৪. দেশ আছে মানুহ নাই , নদী আছে পানী নাই -

 -  মানচিত্ৰ  ৷

৫. ৰজাৰ ঘৰৰ ক’লী গাই ঘাটে ঘাটে পানী খায় -

 -  বৰশী  ৷


সংগ্ৰহ:

সুমন দাস

শ্ৰেণী - সপ্তম

তাতিবামা আঞ্চলিক হাইস্কুল 

শিক্ষাখণ্ড - ৰাণী

Post a Comment

0 Comments