header ads

মহৎ লোকৰ বাণী, মনালিছা দাস

 মহৎ লোকৰ বাণী


(১) জীৱনটো এটা অন্তহীন পৰীক্ষাৰ লানি । – মহাত্মা গান্ধী ।

(২) জীৱনটো এখন সংগ্ৰামৰ থলী । সাহসী আৰু কৰ্মপটু গৰাকীয়েহে এই সংগ্ৰামত জয়লাভ কৰিব পাৰে । – নেপোলিয়ন ।

(৩) জীয়াই থকাটোৱেই একমাত্ৰ উদ্দেশ্য নহয় । ভালদৰে জীয়াই থকাটোহে জীৱনৰ সাৰকথা । – এৰিষ্ট'টল ।


মনালিছা দাস , নৱম শ্ৰেণী
নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল 
শিক্ষাখণ্ড - ৰামপুৰ ।

Post a Comment

0 Comments