header ads

মহৎ লোকৰ বাণী, ৩য় বছৰ ৩য় সংখ্যা,

 মহৎ লোকৰ বাণী

ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য ।
- চক্ৰেটিছ

আদৰ্শহীন মানুহ গুৰি বঠা নোহোৱা নাৱৰ দৰে ।
- মহাত্মা গান্ধী

ভুলে কেতিয়াবা গৌৰৱ উজ্জ্বল ভৱিষ্যতক বিনাশ কৰে ।
- জৱাহৰলাল নেহৰু

নিৰক্ষৰতা মানেই জ্ঞানবিহীনতা নহয় ।
- ৰবীন্দ্ৰনাথ ঠাকুৰ

আমাৰ চিন্তাভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয় ।
- আনন্দ চন্দ্ৰ আগৰৱালা



ছঞ্জুমণি আহমেদ
শ্ৰেণী - ষষ্ঠ মান
বিদ্যালয় - ২ নং বৰুৱাপথাৰ মধ্য ইংৰাজী বিদ্যালয়
শিক্ষাখণ্ড - ছমৰীয়া ।

Post a Comment

0 Comments