header ads

ছাত্ৰ-ছাত্ৰীৰ শিতান, মহৎ লোকৰ বাণী, ৰিজৱান আহমেদ

 মহৎ লোকৰ বাণী

১) কাৰো অন্যায় নকৰিবা , মিছা কথা নকবা , হিংসা নকৰিবা ।
- বুদ্ধদেৱ
২) যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে ।
- ফ্ৰেংকলিন
৩) যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায় ।
- বাইৰণ
৪) আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয় ।
- আনন্দ চন্দ্ৰ আগৰৱালা
৫) পৰিশ্ৰমেৰে সকলোৰে মন জয় কৰিব পাৰি ।
- হোমাৰ



সংগ্ৰাহক
ৰিজৱান আহমেদ
শ্ৰেণী - চতুৰ্থ
১২৯৩ নং কাৰিগাঁও প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - ছমৰীয়া


Post a Comment

0 Comments