থিয়কৈ-------
১/ বুঢ়া আঙুলি আৰু মাজৰ আঙুলি বলেৰে লগ লগাই মাজৰ আঙুলি পিছলাই কৰা শব্দ (৩)
২/মাজ মূৰত ৰখা দীঘল চুলিৰ কোছা (৩)
৩/অসমীয়া বছৰৰ একাদশ মাহ (৩)
৪/ বয়-বস্তু থবৰ কাৰণে বাঁহৰ গাধৈ বা তক্তাৰে কৰা ওখ যতন (২)
৫/চোৱা কাৰ্য (৩)
৬/মহম্মদৰ উত্তৰাধিকাৰী শাসকসকলে একালত ব্যৱহাৰ কৰা উপাধি (৩)
৮/শোহা কাৰ্য (৩)
৯/ ঘাঁহ কটা মানুহ (২)
১০/পিতলৰ কাঁহী (৩)
১১/ঢৌ , তৰংগ (৩)
১৩/বহুলোকে চিঞৰ-বাখৰ কৰি কৰা কাজিয়া (৪)
১৪/ৰুগ্ন মানুহে দৈহিক যন্ত্ৰণা পাই কৰা শব্দ (৩)
১৫/এজনৰ সম্পূৰ্ণ পোচাক (৩)
১৭/ নাও বোৱা মানুহ (৪)
২০/এবিধ ডাঙৰ আওকাঠী গছ (৩)
২৩/ পঁচা কাঠত বা জেকা ঠাইত হোৱা কাঠফুলা (২)
২৪/ হৃদয় (২)
পথালিকৈ ------------
১/ সৰু সৰু ,এমা ডিমা (২-২)
৫/ চেৱা গছৰ নিচিনা এবিধ গছৰ শাহৰপৰা তৈয়াৰ কৰা খাদ্য (২)
৬/ৰাগ (৩)
৭/জানোচা (৩)
৮/ শোৱা কাৰ্য(৩)
৯/ঘাঁহ থকা ঠাই (৩)
১০/প্ৰভেদ (৩)
১১/বন্দুক (২)
১২/নীতি ,অধম (২)
১৩/খৰাং , বৰষুণ নোহোৱা বতৰ (২)
১৪/কেৰাহি (এফলীয়া ,বেঁকা দৃষ্টি ) (৪ )
১৬/নাৰী , তিৰোতা (৩)
১৮/অতি দুখীয়া মানুহ (৩)
১৯/নাক (২)
২০/বোৱা কাৰ্য (৩)
২১/কোনো নিৰ্দিষ্ট পৰিমাণৰ বস্তু বা কামৰ দৰ (৩)
২২/পুত্ৰ বা ভায়েকৰ স্ত্ৰী (৩)
২৩/ চতুৰ (৬)
0 Comments