header ads

শব্দ-শৃংখল, পূবালী শইকীয়া দাস, ৪ৰ্থ বছৰ ১ম সংখ্যা,





 থিয়কৈ-------

১/ বুঢ়া আঙুলি আৰু মাজৰ আঙুলি বলেৰে লগ লগাই মাজৰ আঙুলি পিছলাই কৰা শব্দ (৩)

২/মাজ মূৰত ৰখা দীঘল চুলিৰ কোছা (৩)

৩/অসমীয়া বছৰৰ একাদশ মাহ (৩)

৪/ বয়-বস্তু থবৰ কাৰণে বাঁহৰ গাধৈ বা তক্তাৰে কৰা ওখ যতন (২)

৫/চোৱা কাৰ্য (৩)

৬/মহম্মদৰ উত্তৰাধিকাৰী শাসকসকলে একালত ব্যৱহাৰ কৰা উপাধি (৩)

৮/শোহা কাৰ্য (৩)

৯/ ঘাঁহ কটা মানুহ (২)

১০/পিতলৰ কাঁহী (৩)

১১/ঢৌ , তৰংগ (৩)

১৩/বহুলোকে চিঞৰ-বাখৰ কৰি কৰা কাজিয়া (৪)

১৪/ৰুগ্ন মানুহে দৈহিক যন্ত্ৰণা পাই কৰা শব্দ (৩)

১৫/এজনৰ সম্পূৰ্ণ পোচাক (৩)

 ১৭/ নাও বোৱা মানুহ (৪)

২০/এবিধ ডাঙৰ আওকাঠী গছ (৩)

২৩/ পঁচা কাঠত বা জেকা ঠাইত হোৱা কাঠফুলা (২)

২৪/ হৃদয় (২)


পথালিকৈ ------------

১/ সৰু সৰু ,এমা ডিমা (২-২)

৫/ চেৱা গছৰ নিচিনা এবিধ গছৰ শাহৰপৰা তৈয়াৰ কৰা খাদ্য (২)

৬/ৰাগ (৩)

৭/জানোচা (৩)

৮/ শোৱা কাৰ্য(৩)

৯/ঘাঁহ থকা ঠাই (৩)

১০/প্ৰভেদ (৩)

১১/বন্দুক (২)

১২/নীতি ,অধম (২)

১৩/খৰাং , বৰষুণ নোহোৱা বতৰ (২)

১৪/কেৰাহি (এফলীয়া ,বেঁকা দৃষ্টি ) (৪ )

১৬/নাৰী , তিৰোতা (৩)

১৮/অতি দুখীয়া মানুহ (৩)

১৯/নাক (২)

২০/বোৱা কাৰ্য (৩)

২১/কোনো নিৰ্দিষ্ট পৰিমাণৰ বস্তু বা কামৰ দৰ (৩)

২২/পুত্ৰ বা ভায়েকৰ স্ত্ৰী (৩)

২৩/ চতুৰ (৬)



Post a Comment

0 Comments