header ads

বিদ্যাৰ্থীৰ শিতান, অ’ বৰ্ণৰে আৰম্ভ হোৱা কিছুমান শব্দৰ বিপৰীত শব্দঃ,দৃষ্টি ডেকা ,৪ৰ্থ বছৰ ১ম সংখ্যা,

 অ’ বৰ্ণৰে আৰম্ভ হোৱা কিছুমান শব্দৰ বিপৰীত শব্দঃ



অচল --- সচল অধম --- উত্তম
অসহায় --- সহায় অসাধু ---- সাধু 
অক্ষম ---- সক্ষম অধীন --- স্বাধীন
অস্বাভাৱিক---স্বাভাৱিক অণু ---- বৃহৎ
অপমান ----- মান অনুচিত --- উচিত
অচিনাকী --- চিনাকী অধৈৰ্য্য --- ধৈৰ্য
অভ্যাস ----অনভ্যাস অমৃত --- বিহ
অনুকূল ---- প্ৰতিকূল অলেখ --- তাকৰ
অধিকাৰ --- অনধিকাৰ অনুগ্ৰহ --- নিগ্ৰহ
অগভীৰ ---- গভীৰ অগভীৰ --- গভীৰ 



সংগ্ৰহঃ
দৃষ্টি ডেকা ,
পঞ্চম শ্ৰেণী , কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয় 
শিক্ষাখণ্ডঃ কমলপুৰ

Post a Comment

0 Comments