header ads

মোৰ মন যায়, অসমীয়া কবিতা, কৃষ্ণা দাস, শিক্ষাৰ্থীৰ চ'ৰা,

 মোৰ মন যায়


মোৰ মন যায় এজন সুনাগৰিক হ'বলৈ
দেশৰ কাৰণে ভাল কাম কৰি যাবলৈ ।
দেশখনক সকলোবোৰ দেশতকৈ উন্নত দেশ হিচাপে গঢ়িবলৈয়ো মোৰ মন যায় ৷
মোৰ মন যায় দেশৰ মানুহৰ অভাৱ পূৰণ কৰিবলৈ , 
মোৰ মন যায় দেশৰ মানুহক এক কৰি ৰাখিবলৈ ।


কৃষ্ণা দাস
শ্ৰেণীঃ পঞ্চম
৬২ নং আমিনগাঁও প্ৰাথমিক বিদ্যালয়



Post a Comment

0 Comments