header ads

কুইজ, শিক্ষাৰ্থীৰ চ'ৰা, নিবিড়জ্যোতি গগৈ, ৪ৰ্থ বছৰ ২য় সংখ্যা

 কুইজ



১/ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ?
উঃ জৱাহৰলাল নেহেৰু

২/ ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি ?
উঃ ইন্দিৰা গান্ধী

৩/ ভাৰতত মুঠ কেইখন ৰাজ্য আছে ?
উঃ ২৯ খন

৪/ পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাইটো কি?
উঃ উট পক্ষী

৫/ অসমৰ জাতীয় পক্ষী কি ?
উঃ দেওহাঁহ

৬/ পৃথিৱীৰ প্ৰথম কৰোণামুক্ত দেশখনৰ নাম কি ?
উঃ নিউজিলেণ্ড



নিবিড়জ্যোতি গগৈ
শ্ৰেণীঃ পঞ্চম
৬২ নং আমিনগাঁও প্ৰাথমিক বিদ্যালয়

Post a Comment

0 Comments