header ads

কুইজ, কাক কি উপনামেৰে জনা যায়, ভায়োলিনা দাস, ৪ৰ্থ বছৰ ৩য় সংখ্যা,

 কাক কি উপনামেৰে জনা যায়



(১) জগতগুৰু -- শ্ৰীমন্তশঙ্কৰদেৱ
(২) কলাগুৰু --- বিষ্ণুপ্ৰসাদ ৰাভা
(৩) ৰূপকোঁৱৰ -- জ্যোতিপ্ৰসাদ আগৰৱালা
(৪) নটসূৰ্য -- ফণী শৰ্মা
(৫) গীতিকবি --- পাৰ্বতিপ্ৰসাদ বৰুৱা
(৬) কৰ্মবীৰ --- নবীনচন্দ্ৰ বৰদলৈ
(৭) দেশভক্ত --- তৰুণৰাম ফুকন
(৮) লোকপ্ৰিয় ---- গোপীনাথ বৰদলৈ
(৯) দেশ হিতৈষী --- বিমলাপ্ৰসাদ চলিহা
(১০) পণ্ডিতপ্ৰৱৰ ---- কৃষ্ণকান্ত সন্দিকৈ
(১১) অগ্নিকবি --- কমলাকান্ত ভট্টাচাৰ্য
(১২) অতিন্দ্ৰীয়বাদী কবি --- নলিনীবালা দেৱী
(১৩) ৰসৰাজ --- লক্ষ্মীনাথ বেজবৰুৱা
(১৪) বকুলবনৰ কবি --- আনন্দ চন্দ্ৰ বৰুৱা
(১৫) পথাৰ কবি ---- ৰাম গগৈ
(১৬) ধ্বনি কবি --- বিনন্দ চন্দ্ৰ বৰুৱা
(১৭) বিদ্ৰোহী কবি --- প্ৰসন্নলাল চৌধুৰী
(১৮) শেৱালি কবি --- ৰত্নকান্ত বৰকাকতি
(১৯) বনফুলৰ কবি --- যতীন্দ্ৰনাথ দুৱৰা
(২০) এখুদ ককাইদেউ --- নৱকান্ত বৰুৱা

সংগ্ৰহ ----

ভায়োলিনা দাস
অষ্টম শ্ৰেণী
কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়

Post a Comment

0 Comments