header ads

অসমীয়া কবিতা, সংৰক্ষিত প্ৰকৃতি, উপাসনা মহন্ত, বিদ্যাৰ্থীৰ শিতান,৪ৰ্থ বছৰ ৪ৰ্থ সংখ্যা

 সংৰক্ষিত প্ৰকৃতি





   ৰক্ষা কৰা প্ৰকৃতি
        সন্তান তুমি সাহসী,
   মুক্ত কৰা পৃথিৱী 
         সন্তান আমাৰ নিষ্পাপী ।

    সংৰক্ষিত প্ৰকৃতি
        সুৰক্ষিত পৃথিৱী,
    জাৱৰ-জোঁথৰ মুক্ত কৰা
         মুক্ত কৰা বীজাণু।

    নাই লেতেৰা , নাই প্ৰদুষণ 
           নাই দেশত দুৰ্নীতি ,
     সন্তান তুমি স্বচ্ছ শিল
            জীৱনত হ'বা  যত্নবীৰ,   
     মুক্ত কৰা প্ৰকৃতি
             ৰক্ষা কৰা এই পৃথিৱী ।




-- উপাসনা মহন্ত
   অষ্টম শ্ৰেণী
   তাতিবামা আঞ্চলিক হাইস্কুল ।
   ৰাণী শিক্ষাখণ্ড , কামৰূপ ।

Post a Comment

0 Comments