header ads

বিদ্যাৰ্থীৰ শিতান, বিজ্ঞান কুইজঃ, বৰ্ণালী কলিতা , ৫ম বছৰ-১ম সংখ্যা,

 বিজ্ঞান কুইজঃ



(১) কোনবিধ চৰাইয়ে পিছফালে উৰিব পাৰে ?
উঃ--- হামিং বাৰ্ড ৷

(২) কি প্ৰাণীয়ে চকু বন্ধ নকৰাকৈয়েই টোপনি যায় ?
উঃ--- সাপ আৰু মাছ।

(৩) কি গছৰ পাত নাই ?
উঃ--- কেকটাছ ৷

(৪) আদা , হালধি আদি কাণ্ড নে শিপা ?
উঃ-- কাণ্ড।


বৰ্ণালী কলিতা 
ষষ্ঠ শ্ৰেণী ,
গুইমাৰা মজলীয়া বিদ্যালয় 
শিক্ষাখণ্ড - ৰামপুৰ

Post a Comment

0 Comments