header ads

বিদ্যাৰ্থীৰ শিতান, বিজ্ঞান বিচিত্ৰাঃ, ৰিয়া বৰা , ৫ম বছৰ-১ম সংখ্যা,

 বিজ্ঞান বিচিত্ৰাঃ




(১) কিমান ডিগ্ৰী ছেণ্টিগ্ৰেডত সোণ গলাব পাৰি ?
উঃ ১০৬৩°ছেণ্টিগ্ৰেডত ৷

(২) ব্লিচিং পাউদাৰৰ ৰাসায়নিক নাম কি ? 
উঃ কেলছিয়াম হাইপ’ক্লৰাইড ৷

(৩) ছ’ডা পানীত কি এচিদ থাকে ?
উঃ কাৰ্বনিক এচিড ৷

(৪) ফেনাইল প্ৰকৃততে এবিধ এচিড ৷ এই এচিডবিধ কি বাৰু ?
উঃ কাৰ্বক্সিলিক এচিড ৷

(৫) সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ?
উঃ ছ’ডিয়াম ক্ল’ৰাইড ৷

(৬) বিশ্বৰ আটাইতকৈ গধূৰ মৌলবিধ কি ?
উঃ ইউৰেনিয়াম ৷

(৭) ষ্টেইনলেছষ্টীল অৰ্থাৎ নিষ্কলঙ্ক তীখা কি কি ধাতু মিহলাই তৈয়াৰ কৰা হয় ?
উঃ নিকেল , লো আৰু ক্ৰ’মিয়াম ধাতু মিহলাই ৷

(৮) চ’ক পেঞ্চিলৰ ৰাসায়নিক নাম কি ?
উঃ কেলচিয়াম কাৰ্বনেট 




সংগ্ৰহঃ 
ৰিয়া বৰা 
অষ্টম শ্ৰেণী , কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয় ।
কমলপুৰ শিক্ষাখণ্ড

Post a Comment

0 Comments