header ads

অসমীয়া কবিতা, মোৰ ভন্টি, শ্ৰী চিন্ময় দাস, ৫ম বছৰ-১ম সংখ্যা,

 মোৰ ভন্টি



 মোৰ এজনী ভন্টি আছে
 তাই ইমানযে দুষ্ট ,
মা-দেউতাই গালি দিলে 
মনত পায় কষ্ট । 
মেগী , ম'মো আদি খাই 
ইমান যে ভাল পায় ,
শাক-পাচলি খাবলৈ দিলে 
 ছিঃ ছিঃ কৰে তাই ।



শ্ৰী চিন্ময় দাস
শ্ৰেণী - ষষ্ঠ
পলাশবাৰী বয়জ হাইস্কুল

Post a Comment

0 Comments