মহৎ লোকৰ বাণী
(১) জ্ঞান মানুহক দিব নোৱাৰি , উপলব্ধি কৰিব পাৰি ।
--চক্ৰেটিছ ৷
(২) প্ৰথমে নিজক ভালপোৱা , নিজক ভালপোৱা মানুহে বেলেগক কষ্ট দিব নোৱাৰে ।
-- বুদ্ধদেৱ ৷
(৩) যি নিজক পাপী বুলি ভাৱে, তেওঁ পাপ নকৰিলেও পাপী ।
-- ৰামকৃষ্ণ পৰমহংস ৷
(৪) জীৱন সংগ্ৰামত পদে পদে বাধা নাথাকিলেনো সংগ্ৰামৰ অৰ্থ কি হ'ল ৷
--- টমাছ হাৰ্ডি ৷
(৫) চৰিত্ৰ মানুহৰ আচল সম্পত্তি ।
-- মাইলচ ৷
মনালিছা কলিতা
ষষ্ঠ শ্ৰেণী , গুইমাৰা মজলীয়া বিদ্যালয়
শিক্ষাখণ্ড -- ৰামপুৰ
0 Comments