বিজ্ঞানৰ ইটো-সিটো
# সূৰ্যত ১ মিলিয়ন পৃথিৱী খাপ খুৱাব পাৰি ।
# মহাকাশত বায়ু নাই কাৰণে মহাকাশত শব্দ শুনা নাযায় ।
# আমি শনিগ্ৰহত ওপঙি থাকিব বা সাঁতুৰিব পাৰোঁ ।
# মহাকাশৰ সকলো অংশতে উষ্ণতা সমান ।
# মংগল গ্ৰহত সঘনাই ধূলিৰ ধুমুহা হয় ।
# সৌৰজগতৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰি মংগল গ্ৰহত আছে ।
# মহাকাশৰ প্ৰায় ৯৫℅ অদৃশ্য ।
# মহাকাশত এনেকুৱা গ্ৰহ আছে য’ত বৰষুণ হিচাপে হীৰা পৰে ।
সহকাৰী শিক্ষক (বিজ্ঞান)
পূৱপাৰ মদাৰতলা উচ্চ মাধ্যমিক বিদ্যালয়
কমলপুৰ শিক্ষাখণ্ড ।
0 Comments