header ads

ক'ৰ’না, শিক্ষক আৰু দীক্ষা | An Assamese Article by Suravi Das

ক'ৰ’না, শিক্ষক আৰু দীক্ষা



'ণায়ে আমাৰ জীৱন -ধাৰণ কিছু পৰিমাণে লেও সলনি কৰিবলৈ বাধ্য কৰিলে 'ণাৰ ফলত শিক্ষকে শিশুৰ লগত ইন্টাৰনেটৰ যোগেদি সম্পৰ্ক গঢ়ি তুলিছে, যিটো সম্ভৱতঃ কৰণা পৰিস্থিতি নহ'লে আৰু বহু দিন লাগিলেহেতেঁন কাৰণ বাস্তৱক্ষেত্ৰত অনলাইন শিক্ষা আমাৰ চৰকাৰী বিদ্যালয় সমূহত সঠিক ৰূপত স্থান লাভ কৰা নাইশিশুসকলে ইন্টাৰনেট ব্যৱহাৰ কৰিছে ঠিকেই কিন্তু কিমানখিনি বিদ্যাদানৰ লগত সম্পৰ্ক ৰাখি কৰিছে তাক শুদ্ধভাৱে অনুমান কৰাতো খুবেই কঠিন আমাৰ সমাজত হজৰত মহম্মদ দেৱৰ এষাৰ অতি তাৎপৰ্যপূৰ্ণ কথা আছে যেউপদেশতকৈ আৰ্হি ভাল লকডাউনৰ এই সময়ছোৱাই শিক্ষক সমাজক এই সুযোগ দিছে ইন্টাৰনেটৰ সহায় আজিৰ সময়ত শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহন কৰিবলৈ শিকিছে উদাহৰণস্বৰূপে বৰ্তমান শিক্ষাখণ্ডত দীক্ষা পৰটেলে (DIKSHA) 

বিশেষভাৱে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীক সহায় কৰি আহিছে দীক্ষা MHRD আৰু NCERT  সহযোগত প্ৰস্তুত কৰা এটি সুন্দৰ পদক্ষেপ শিক্ষকে নিজৰ সৃজনীশীল প্ৰতিভাৰদ্বাৰা এটি পাঠ এই দীক্ষা ডিজিটেল প্লেটৰ্ফমত প্ৰস্তুত কৰি উলিয়ায় আৰু দীক্ষা এপৰ সহায়ত   ছাত্ৰ ছাত্ৰী সকলে তাক উপভোগ কৰে, লগতে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি তোলে দীক্ষাই শিক্ষক সমাজক এই দ্বায়িত্ব এই কাৰণে প্ৰদান কৰিছে কাৰণ শিক্ষকেই সেইজন ব্যক্তি যিজনে শিক্ষাৰ্থীক সম্পূৰ্ণৰূপে বুজি পায় শ্ৰেণী কোঠা এটাত বিভিন্ন পৰিৱেশৰ পৰা অহা বিভিন্ন মানসিতাৰ শিক্ষাৰ্থী থাকে সেয়েহে শিক্ষাৰ্থীৰ বাবে কি প্ৰয়োজনীয় আৰু কেনেদৰে কোনো এটা বিষয় উপস্থাপন কৰিলে তাক শিক্ষাৰ্থীয়ে সহজে বুজি উঠিব সেইয়া শিক্ষক এজনে সুন্দৰভাৱে জানে  

অলেখ নেতিবাচক চিন্তা কৰণায়ে আমাৰ মাজলৈ আনিলেও কিছু ইতিবাচক ধাৰণাও 'ণাই ননা নহয় যেনে -- ছাত্ৰ -ছাত্ৰীয়ে সময়ৰ লগত খোজ মিলাই  ইন্টাৰনেট সহায়ত শিক্ষা লগত কিদৰে জড়িত ' পাৰি আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল পৰটে দীক্ষা এপ কিদৰে শিক্ষাক্ষেত্ৰত কাম কৰিছে তাকো জানি উঠা কৰণাৰ কাৰণে যাতে শিক্ষাক্ষেত্ৰলৈ বিশেষ অসুবিধা নাহে আৰু শিক্ষাৰ ধাৰাবাহিকতা অক্ষুণ থাকে তাৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰা




*********************************************************************************** 


সুৰভি দাস।
সহ- শিক্ষয়ত্ৰী। 
কস্তুৰবা গান্ধী বালিকা বিদ্যালয়। 
শিক্ষাখণ্ড ছয়গাওঁ।