header ads

বিদ্যাৰ্থীৰ মনৰ বতৰা । 79% Scored by CWSN

শিক্ষাৰ ক্ষেত্ৰত শাৰীৰিক অক্ষমতাও যে হেঙাৰ হ'ব নোৱাৰে | সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত হিৰণ কলিতাই ৭৯ং নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ৷