Labels

আই অসমী | An Assamese poem by Barasa Das


আই অসমী


ভাৰতৰ পূৱ দিশৰ আই অসমী
তোমাক লৈ গৌৰৱ কৰো আমি।
তোমাৰ বুকু সৌন্দৰ্য্যৰে ভৰা,
চালে চকু ৰয় সেউজীয়া ধাননি দৰা।
তোমাৰ কোমল বুকুত বৰাক- ব্ৰহ্মপুত্ৰ নৈ,
কুলু-কুলু সুৰেৰে সদায় থাকে বৈ।
আমি তোমাৰ সন্তান হয় অসমীয়া,
আগুৱাই যাবলৈ আমাক তুমি আশীৰ্বাদ দিয়া।


**************************************



বৰষা দাস

৪ৰ্থ শ্ৰেণী
৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয় 

কমলপুৰ শিক্ষাখণ্ড