আই অসমী
ভাৰতৰ পূৱ দিশৰ আই অসমী
তোমাক লৈ গৌৰৱ কৰো আমি।
তোমাৰ বুকু সৌন্দৰ্য্যৰে ভৰা,
চালে চকু ৰয় সেউজীয়া ধাননি দৰা।
তোমাৰ কোমল বুকুত বৰাক- ব্ৰহ্মপুত্ৰ নৈ,
কুলু-কুলু সুৰেৰে সদায় থাকে বৈ।
আমি তোমাৰ সন্তান হয় অসমীয়া,
আগুৱাই যাবলৈ আমাক তুমি আশীৰ্বাদ দিয়া।
**************************************
বৰষা দাস
৪ৰ্থ শ্ৰেণী
৩২৭ নং লেজা প্ৰাথমিক বিদ্যালয়
কমলপুৰ শিক্ষাখণ্ড