ক'ৰ'না
 অ' ক'ৰ'না 
         তোমাৰো যে কি লীলা ,
সমগ্ৰ বিশ্ব একেচাতে 
                স্তব্ধ কৰি দিলা । 
মুক্ত  আকাশৰ তলত আজি 
            জীৱ-জন্তু , পশু- পক্ষী ,
কিন্তু মানৱজাতি 
            আজি নিজ নিজ ঘৰত গৃহবন্দী ।
তোমাৰ বাবে আজি প্ৰকৃতিয়ে 
             ল'বলৈ পালে এবাৰ উশাহ ,
কিন্তু তোমাৰ বাবে মানৱ-জাতিয়ে
              ত্যাগ কৰিব লগা হ'ল শেষ নিশ্বাস ।
হে কৰ'না , দয়া কৰি মানৱ-জাতিক
                যাবলৈ দিয়া পোহৰৰ পথলৈ ,
আকৌ আগৰ দৰে মুক্ত আকাশৰ তলত
 শ্ৰেণী:- দশম ।
কমলপুৰ শিক্ষাখণ্ড
কমলপুৰ শিক্ষাখণ্ড

