header ads

শুভেচ্ছাবাণী | Message by DEEO Kamrup

শুভেচ্ছাবাণী


জ্ঞানমলৈ শুভেচ্ছাৰে..

সাম্প্রতিক কালত শৈক্ষিক জগতলৈ অহা বিভিন্ন প্রত্যাহ্বানৰ সন্ধিক্ষনত "জ্ঞানম" ৰ
জন্ম এক ইতিবাচক বাৰ্তা | জ্ঞানমে জিলাখনৰ বৌদ্ধিক জয়যাত্রাত এক
গতি আৰু মাত্রা প্রদান কৰিব, তেনে আশা কৰিব পাৰি |

জ্ঞানম সৃষ্টিৰ দলিচা হৈ হেজাৰ জনলৈ জ্ঞান-প্রজ্ঞাৰ সুৰভি বিলাওক, 
শৈক্ষিক সমাজে জ্ঞানমক আদৰি লওঁক, শুভকামনা জনালোঁ |


অপূৰ্ব ঠাকুৰীয়া
জিলা প্রাথমিক শিক্ষা বিষয়া তথা 
জিলা মিচন সমন্বয়ক,
কামৰূপ

Post a Comment

0 Comments