প্ৰশ্ন:- ভাৰতৰ সৰ্বপ্ৰথম চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰ:- ৰজা হৰিশ্চন্দ্ৰ।
প্ৰশ্ন:- চিনেমা জগতৰ কোনজন অভিনেতা সংসদৰ প্ৰথম সদস্য আছিল?
উত্তৰ:- পৃথ্বীৰাজ কাপুৰ ।
প্ৰশ্ন:- বিশ্বৰ কোনখন নদীৰ পানী গৰম?
উত্তৰ:- নীল নদীৰ।
কামৰূপ জিলাৰ শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষানুৰাগী ব্যক্তি সকলৰদ্বাৰা গঠিত ‘শৈক্ষিক গোট জ্ঞানম,কামৰূপৰ পৰিকল্পনা তথা সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগিতাৰে.....