Labels

কুইজ | Quiz by Mrinmoy Nath

কুইজ 


প্ৰশ্ন:- ভাৰতৰ সংসদত এদিনো নোযোৱা প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল ?
উত্তৰ:- স্বৰ্গীয় চৌধুৰী চৰণ সিং।

প্ৰশ্ন:- ভাৰতৰ সৰ্বপ্ৰথম চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰ:- ৰজা হৰিশ্চন্দ্ৰ।

প্ৰশ্ন:- চিনেমা জগতৰ কোনজন অভিনেতা সংসদৰ প্ৰথম সদস্য আছিল?
উত্তৰ:- পৃথ্বীৰাজ কাপুৰ ।

প্ৰশ্ন:- বিশ্বৰ কোনখন নদীৰ পানী গৰম?
উত্তৰ:- নীল নদীৰ।

প্ৰশ্ন:- বিশ্বৰ ক'ত বগা হাতী পোৱা যায় ।
উত্তৰ:- থাইলেণ্ডত।
          ।▪▪▪▪▪▪▪▪▪▪▪▪▪▪▪▪।





নাম:- মৃন্ময় নাথ
শ্ৰেণী:- দশম
বিদ্যালয়:- ঝাৰোবড়ী আঞ্চলিক হাইস্কুল