১) এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন মানুহ হত্যা কৰা একে কথা । ----- মিল্টন ২) শিক্ষা হৈছে সঞ্জীৱনী অমৃত । -----জাকিৰ হুছেইন ৩) শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা, কিন্তু ইয়াৰ ফল বৰ মিঠা । -----এৰিষ্টটল ৪) শ…
সাঁথৰ ১) বাঘ হেন জাঁপ মাৰে,কুকুৰ হেন বহে ৷ উত্তৰ= ভেকুলী ২) গীত গায়,কথা কয়,মানুহ-দুনুহ কোনো নাই ৷ উত্তৰ =ৰেডিঅ’ ৩) ওপৰৰ পৰা পৰিল চিলা,গোটে গোটে মানুহ গিলা…
সাঁথৰ ১) কি কলৰ বাকলি নাই ? উত্তৰ= দমকল ২)পাত আছে ডাল নাই ,কথা আছে মাত নাই ৷ উত্তৰ= কিতাপ ৩) কি তাল নাবাজে ? উত্তৰ= চোতাল ৪) হাবিত কাহে ওলাই নাহে ৷ উত্তৰ= কুঠাৰ ৫) পেট…
সাঁথৰ ১) মই ভাত-পানী নাখাওঁ ; দৰমহাও নলওঁ । তথাপি আপোনাৰ ঘৰৰ সন্মুখত পহৰা দিওঁ । কওঁক চোন কোন মই ? উত্তৰ=তলা-চাবি ২) খুলিলে ঘৰ, বন্ধ কৰিলে হয় লাঠি । ক'ব পাৰিলে তুমি নম্বৰ পাবা ষাঠি । উত্তৰ=ছাত…
বৰ্গ উলিওৱাৰ সহজ কৌশল : সংখ্যাবোৰৰ বৰ্গ উলিওৱাৰ বিভিন্ন নিয়ম আছে যদিও আমি কিছুমান সহজ পদ্ধতিৰে কম সময়তে সংখ্যাবোৰৰ বৰ্গ উলিয়াব পাৰোঁ। আজি তেনেকুৱা কিছুমান পদ্ধতিৰ বিষয়ে ইয়াত আলোচনা কৰিম।…
সময়ৰ মূল্যাংকন বিক্ৰম , ভাস্কৰ, জিন্তু, জেবিন,জেনিফা, নীহা আৰু আয়ান--সিহঁত সকলোৱে এটা কলনিতে বাস কৰে। সিহঁত কেইটাই স্কুলৰ পৰা আহি কলনিৰ ভিতৰৰ ফিল্ডখনতে খেলা- ধূলা কৰে। আটাইয়ে লগ হৈ মাজে…
নাট:- শান্তি শিক্ষা (আব্দুল কালামৰ ছাত্ৰ জীৱনৰ ওপৰত আধাৰিত) (মঞ্চৰ একাষে তিনিযোৰ ডেক্স বেঞ্চ থাকিব। প্ৰথম বেঞ্চত ধুতি-কুৰ্তা আৰু গাত লগুন পৰিহিত তিনিজন ছাত্ৰ বহিব। তেওঁলোকৰ মাজত কুৰ্তা পাইজ…
জ্ঞানম ফেইচবুক পৃষ্ঠা